• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ বিশ্বতে স্তব্ধ মাইক্ৰ’ছফ্ট উইণ্ড’জ! ব্যাহত বিমানবন্দৰৰ পৰা বেংকিং সেৱালৈকে কামকাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2024 2:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে পুৱাৰে পৰা ক্ষতিগ্ৰস্ত হৈছে উইণ্ড’জ ব্যৱহাৰকাৰীসকল। তেওঁলোকে কম্পিউটাৰটো খুলিলেই পৰ্দাত এখন নীলা পৰ্দা ওলায়। ইয়াত কোৱা হৈছে যে কম্পিউটাৰ বা লেপটপটোৱে আপডেট লৈছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে আপডেট পোৱাৰ পিছতো তেওঁলোকৰ ডিভাইচসমূহে কাম কৰা নাই। এই মাইক্ৰ’ছফ্টৰ বিচ্ছিন্নতাই বিশ্বৰ বিমানবন্দৰৰ পৰা আৰম্ভ কৰি বেংকিং সেৱালৈকে সকলোতে ব্যাঘাত জন্মাইছে।

মাইক্ৰ’ছফ্ট ব্যৱহাৰকাৰীসকলৰ কেনেধৰণৰ সমস্যা হৈছে? জানিব পৰা গৈছে যে তেওঁলোকৰ কম্পিউটাৰ বা লেপটপ খুলিলে তেওঁলোকৰ পৰ্দাত এটা বিশেষ বাৰ্তা দেখা যায়। কোৱা হৈছে যে ডিভাইচটোত কিবা সমস্যাৰ বাবে মেচিনটোৱে কাম কৰা নাই, ইয়াক আপডেট কৰিব লাগিব। কিন্তু আপডেট কৰাৰ পিছতো চিষ্টেম চলি থকা নাই। তাৰ বাবেই সমগ্ৰ বিশ্বতে গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে।

প্ৰাথমিকভাৱে পোৱা খবৰ মতে বিমানবন্দৰৰ পৰা আৰম্ভ কৰি বেংকিংলৈকে সকলোতে পৰিসেৱা বিঘ্নিত হৈছে। চৰকাৰী পৰিসেৱাও বাদ পৰা নাই।

Apply Now

As our systems are impacted by an ongoing issue with Microsoft Azure, we are experiencing high volumes at contact centre. Please contact us only if your travel is within 24 hrs.

— IndiGo (@IndiGo6E) July 19, 2024

ভাৰতৰ জনসাধাৰণেও ক্ষতিৰ সন্মুখীন হৈছে। দেশৰ কেইবাটাও বিমানবন্দৰত চেক-ইনৰ সমস্যা। বিমান সেৱাত বাধাৰ সৃষ্টি হৈছে। ইতিমধ্যে আমেৰিকাই কেইবাটাও বিমানবন্দৰৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। নেটিজেনসকলেও নিজৰ ছ’চিয়েল মিডিয়াত বন্ধ হোৱা স্ক্ৰীণৰ ছবি শ্বেয়াৰ কৰিছে।

Windows Crashed…! It seems everyone around the globe facing this issue.. wahhhh please don’t resolve
Take ur own time @Microsoft #windows #bluescreen pic.twitter.com/phd1LO7hHv

— mudevi (@avoid_sugar) July 19, 2024

কিমান দিনত এই সমস্যাৰ সমাধান হ’ব? আনকি মাইক্ৰ’ছফ্টৰ বিষয়াসকলেও ইয়াৰ উত্তৰ দিব পৰা নাই। সংস্থাটোৰ এক্স হেণ্ডেলে এই সমস্যা দূৰ কৰাৰ বাবে কাম কৰি থকা বুলি জনাইছে। সৰ্বাধিক গুৰুত্বসহকাৰে এই সমস্যা সমাধানৰ প্ৰয়াস কৰা হৈছে। শীঘ্ৰে সমস্যা সমাধান হ’ব বুলি আশাবাদী। কিন্তু ইয়াৰ সমাধান এতিয়াও পোৱা নাই। অৱশ্যে সকলোৰে চিষ্টেমত এই সমস্যা হোৱা নাই। তেওঁলোকৰ কম্পিউটাৰ বা লেপটপত কাম চলি আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd