• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চীন নহয়,চীনৰ প্ৰযুক্তিৰ প্ৰতি আসক্তি! টিকটক কিনিবলৈ সাজু আমেৰিকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 1, 2020 2:43 pm

1 min read

micro
442
VIEWS
Share on FacebookShare on Twitter

চীন বুলি ক’লেই নাক কোঁচোৱা আমেৰিকাই চীনৰ প্ৰযুক্তিৰ প্ৰতি আসক্তি প্ৰদৰ্শন কৰা দেখা গৈছে।

ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশে চীনৰ জনপ্ৰিয় এপ টিকিটক নিষিদ্ধ কৰাৰ পিছত আমেৰিকায়ো টিকটক নিষিদ্ধ কৰাৰ কথা চিন্তা কৰি আছে।

এনে সময়তে আমেৰিকাৰ বিখ্যাত তথ্য-প্ৰযুক্তিৰ প্ৰতিষ্ঠান মাইক্ৰছফটে চীনৰ টিকটক ক্ৰয় কৰাৰ বাবে মন মেলিছে।

সেইমৰ্মে মাইক্ৰছফটৰ দায়িত্ববাহী ভাৰতীয় মূলৰ ব্যক্তি সত্য নাডেলাই হোৱাইট হাউচৰ প্ৰত্যক্ষ সহযোগত টিকটিক পৰিচালনা কৰা চীনৰ সংস্থা বাইট ডেঞ্চৰ সৈতে আলোচনাত মিলিত হৈছে।

এনে আলোচনাই ইতিবাচক ৰুপ লোৱাৰ সম্ভাৱনাই বেছি বুলি একাংশ মাৰ্কিন কাকতে বাতৰি প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে যে আমেৰিকাই শীঘ্ৰে টিকটক নিষিদ্ধ কৰিব।

ফ্লৰিডাত ট্ৰাম্পে এই ঘোষণা কৰি কয় যে বহু চিন্তা চৰ্চাৰ পিছত আমেৰিকাই টিকটকৰ বিৰুদ্ধে নিষিদ্ধকৰণৰ সিদ্ধান্ত লবলৈ আগবাঢ়িছে বুলি ট্ৰাম্পে কয়।

টিকটক প্ৰসংগত হেঁচাৰ সৃষ্টি কৰি আমেৰিকাই চীনৰ জনপ্ৰিয় এপটো হস্তগত কৰিব বিচৰা বুলি বহুতে চৰ্চা কৰিবলৈ লৈছে।

এপিনে মাক্ৰছফটে টিকটক কিনাৰ আয়োজন আৰু আনপিনে ট্ৰাম্পৰ টিকটক নিষিদ্ধ কৰাৰ হুংকাৰৰ মাজত ক’ৰৱাত কিবা যোগসূত্ৰ থাকিব পাৰে বুলি বহুতে আলোচনা কৰিছে।

আমেৰিকাই যদি টিকটক কিনে তেন্তে ভাৰতত টিকটক পুনৰ মুকলি হোৱাৰ বাট প্ৰশস্ত হ’ব।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd