DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যুৱ মুকাভিনেতা মিনাংক ডেকাৰ ‘মিছন ছেভ দীপৰ বিল’ক ৰাইজৰ প্ৰশংসা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 9:03 am
5a7b69eb-646d-45e1-b110-64836ba80761

মিনাংক ডেকাৰ 'মিছন ছেভ দীপৰ বিল' শীৰ্ষক সজাগতা অভিযান।

716
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ কিছুসংখ্যক উদীয়মান যুৱক যুৱতীয়ে ৰাষ্ট্রীয় জলপানি বঁটা প্ৰাপক মিনাংক ডেকাৰ নেতৃত্বত  বনভোজ-সৃষ্ট আৱৰ্জনাজনিত পৰিৱেশৰ পৰা হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা অভিযানৰ অংশ হিচাপে মূকাভিনয়ৰ পোছাকত দেওবাৰে দীপৰ বিলৰ পাৰত এক সজাগতা অভিযান চলায়।

‘মিছন ছেভ দীপৰ বিল’ নামেৰে নামকৰণ কৰা উক্ত সজাগতা সৃষ্টিৰ অনুষ্ঠানটোৰ জৰিয়তে বিলখনৰ পাৰলৈ বনভোজ খাবলৈ অহা প্ৰতিটো দল তথা প্ৰতিজন ব্যক্তিৰ কাষলৈ গৈ ধেমালিৰ চলেৰে বিলখনৰ চৌপাশ তথা বনভোজস্থলী পৰিষ্কাৰ কৰি ৰাখিবলৈ যুৱক যুৱতীৰ দলটোৱে আহ্বান জনায়।

218e452e-fe8b-447e-aeba-a15ca25371e5
মিনাংক ডেকাৰ নেতৃত্বত ‘মিছন ছেভ দীপৰ বিল’ শীৰ্ষক সজাগতা অভিযান।

মুকাভিনয় শিল্পী মিনাংক ডেকাৰ নেতৃত্বত যোৱা দলটোৰ আন আন সদস্যসকল আছিল- ভাৱনা, হিমাদ্ৰী, ৰেকিবুল আৰু তনিক্সা। দীপৰ বিলৰ লগতে পৰিভ্ৰমী পক্ষীজাকৰ প্ৰতিকূলতাবোৰ অনুকূল কৰাৰ বাবে তেওঁলোকৰ এই প্ৰয়াস বুলি জানিবলৈ দিয়ে।

ইপিনে, উপস্থিত ৰাইজে তেওঁলোকৰ এই প্ৰয়াসক শলাগ লোৱাৰ লগতে এই পদক্ষেপক আদৰণি জনায়।

উল্লেখ্য যে, মিনাংক ডেকাই পূৰ্বেও দীপৰ বিলৰ পাৰত ‘নিৰ্বাক যাত্ৰা’ নামেৰে এক অভিযানৰ জৰিয়তে “চৰাইজাক নহা হ’ল” শীৰ্ষক এক মুকাভিনয় নাট প্ৰদৰ্শন কৰিছিল।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd