• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেনেদৰে পালন কৰিব দুৰ্গা পূজা? মন্ত্রী হিমন্তই বান্ধি দিলে কেতবোৰ নিয়ম

সমনীয়াৰ সৈতে বাইকত উঠি পূজা চোৱাৰ আশাত পৰিব নেকি চেঁচা পানী?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 13, 2020 12:51 pm

2 min read

index
1k
VIEWS
Share on FacebookShare on Twitter

সমাগত শাৰদীয় দুৰ্গোৎসব। ক’ৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে এইবাৰ দুৰ্গা পূজাত উৎসাহ উদ্দীপনা নাথাকিব যদিও দুৰ্গা পূজা পতাত কোনো বাধা নিদিয়ে ৰাজ্য চৰকাৰে ।

জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনায় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত তেওঁ কয়, “প্ৰশাসনৰ অনুমতি লৈ অনুষ্ঠিত কৰিব পাৰিব পূজা। বন্ধ পেণ্ডেলত নহয় খোলা পেণ্ডেল হব লাগিব পূজা ।

ইপিনে, মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক বুলি উল্লেখ কৰি তেওঁ লগতে কয়,”দুৰ্গা পূজাৰ পুৰোহিত, স্বেচ্ছাসেৱক,পূজা কমিটিৰ সকলো বিষয়ববীয়াই পঞ্চমীত কোভিড টেষ্ট কৰিব লাগিব।

তদুপৰি, প্ৰতিমা বিসৰ্জনৰ পিছত দ্বিতীয়টো কোভিড টেষ্ট কৰা বাধ্যতামূলক বুলি তেওঁ সংবাদমেলত জনায়।”

নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব পূজা মণ্ডপ।

ইপিনে, পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা  আৰোপ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয়, “পূজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব কিন্তু আৰতি অনুষ্ঠান উদযাপন কৰিব পাৰিব ।”

পেণ্ডেলত বা প্ৰতিমাৰ সন্মুখত একে সময়তে ৫০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰোপৰি তেওঁ জনোৱা অনুসৰি, হোটেল নাইবা ৰেষ্টুৰেণ্টসমূহ নিশা ৯ বজাত বন্ধ কৰিব লাগিব ।

বিসৰ্জনৰ সময়ত দেবী প্ৰতিমাৰ সৈতে কোনোধৰণৰ সমদল বাহিৰ কৰিব নোৱাৰিব।

ঠায়ে ঠায়ে দুই তিনি দিনলৈ  জিলা বা মহকুমা প্ৰশাসনে বিসৰ্জনৰ ব্যৱস্থা কৰিব বুলিও তেওঁ উল্লেখ কৰে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd