• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বৰ কথা ‘অৰ্থহীন’, নাজানে অসমৰ ইতিহাস: মৃণাল হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2018 10:09 pm
Mrinal-Hazarika-750x375

মৃণাল হাজৰিকা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নাজানে’ অসমৰ ইতিহাস। আলফাক লৈ বুধবাৰে শৰ্মাৰ মন্তব্যৰ পিছতে মন্ত্ৰীজন সন্দৰ্ভত এইদৰে কৈছে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই।

আলোচনাপন্থী আলফাগৰাকীৰ মতে ‘হিমন্ত বিশ্বৰ কথা অৰ্থহীন।‘ লগতে তেওঁলোকৰ হাতত প্ৰশ্নৰ উত্তৰ নাই, সেয়েহে চালে-বেৰে কোবাই যি তি মন্তব্য কৰি থাকে বুলিও তেওঁ নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত মন্তব্য কৰে।

Apply Now

২০০৮ চনত অৰ্থাৎ যুদ্ধ বিৰতি ঘোষণা কৰাৰ সময়তে আলফাৰ ২৮ বেটেলিয়নতে ৪ শতাধিক সদস্য আছিল বুলি মৃণাল হাজৰিকাই আমাক জানিবলৈ দিয়ে।

হাজৰিকাই কয়, ‘যুদ্ধবিৰতি ঘোষণা কৰা ১০ বছৰৰ পাছত বহু ল’ৰা গৈয়ো আছে আৰু তাৰে কিছুমান উভটিয়ো আহিছে।’

ইয়াৰোপৰি, সংবাদমাধ্যমৰ আগত আলফাক কেন্দ্ৰ কৰি মন্তব্য কৰা মন্ত্ৰীগৰাকীৰ হাতত আলফাত যোগদান কৰা সন্দৰ্ভত কোনো তথ্য নাই বুলি দাবী কৰে আলোচনাপন্থী আলফাগৰাকীৰ। তেওঁৰ মতে ‘আৰক্ষীয়ে যিখিনি তথ্য দিছে সেইখিনিয়ে যথেষ্ট।‘

অৱশ্যে পৰেশ বৰুৱাৰ ভতিজা আলফাত যোৱাটো ‘কোনো ডাঙৰ বাতৰি নহয়‘ বুলি হাজৰিকায়ো মন্তব্য কৰি কয়, ‘পৰেশ বৰুৱাৰ ভতিজা হোৱা বাবে হাইলাইটটো হৈছে। তেনেকৈয়ে বহু পৰিয়ালৰ পৰা ল’ৰা আলফাত গৈয়ো আছে, ঘূৰিও আহিছে বা কিছুমানে মৃত্যুকো সাবটি লৈছে।‘

আলফালৈ ল’ৰাবোৰ যোৱাৰ বাবে বিজেপি চৰকাৰখনকেই দোষাৰোপ কৰে হাজৰিকাই।

তদুপৰি বুধবাৰে মন্ত্ৰীগৰাকীয়ে কৰা ‘পৰেশ বৰুৱাৰ ৬০-৭০ বছৰ হৈছে গতিকে উত্তৰাধিকাৰী সূত্ৰে মুন্নাক দায়িত্বভাৰ গতাব বিচাৰিছে’ মন্তব্যৰ বিৰোধিতা কৰে মৃণাল হাজৰিকাই।

তেওঁ কয়, ‘সেইবোৰ ৰাজনৈতিক দলৰহে পৰম্পৰা। হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহা মাত্ৰ ২-৩ বছৰ হৈছে। পূৰ্বতেটো তেওঁ মন্তব্যত কোৱা ধৰণে কংগ্ৰেছ দলতে বহু বছৰে আছিল।‘

হাজৰিকাৰ দাবী, ‘বৰ্তমানৰ তথাকথিত গণতন্ত্ৰৰ ফলতেই আলফাৰ প্ৰতি যুৱক-যুৱতীসকল আকৃষ্ট হৈছে।‘

তেওঁৰ মতে, ‘অসমত সাম্প্ৰদায়িক বিষবাষ্প আৰম্ভ কৰিছিল শিলাদিত্যই।‘

নৱ-প্ৰজন্মই চৰকাৰৰ আচৰণ দেখি আছে, সেয়েহে ইয়াৰ ’বিকল্প হিচাপে হাতত অস্ত্ৰ তুলি লৈছে‘ বুলিও তেওঁ মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd