• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টাইগাৰ ৰিজাৰ্ভত বিজেপি মন্ত্ৰীৰ পুত্ৰৰ বিয়া; বন বিভাগৰ ভূমিকাকলৈও উঠিছে প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:45 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডত অৱস্থিত ৰাজাজী বাঘ সংৰক্ষিত বনাঞ্চল। এটা সংৰক্ষিত অঞ্চল। আৰু তাৰ ভিতৰতে বিজেপিৰ মন্ত্ৰী খাজন দাসে পুত্ৰৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হয় সমালোচনাৰ ধুমুহা।

বন বিভাগৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। তাৰ পিছত তেওঁলোকে ততাতয়াকৈ ডেমেজ কন্ট্ৰোলত নামি পৰে। উদ্যোক্তাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Apply Now

হৰিদ্বাৰ ৰেঞ্জৰ ৰাজাজী বাঘ সংৰক্ষিত বনাঞ্চলত অৱস্থিত সুৰেশ্বৰী দেৱী মন্দিৰ চৌহদ। তাতেই মন্ত্ৰী পুত্ৰৰ বিয়াৰ আয়োজন কৰা হৈছিল। তম্বু, টেবুল, চকী, কুলাৰ, পানীৰ টেংকি – সকলো আনিছিল। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰস্তুতিৰ ছবি আৰু ভিডিঅ’।

বিতৰ্কৰ সৃষ্টি হোৱাৰ লগে লগে উদ্যান কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে। বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত মন্দিৰ সমিতিৰ একাংশ সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰে। অকাৰণতে তেওঁক বদনাম কৰা হৈছে। মন্দিৰ কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে সকলো প্ৰস্তুতি চলি আছিল। বন বিভাগৰ জ্যেষ্ঠ বিষয়া এজনেও সকলো জানিছিল।

ইয়াৰ বিপৰীতে বন বিভাগে এই অনুষ্ঠানৰ বাবে কোনো অনুমতি নোলোৱা বুলি প্রতিক্রিয়া প্রকাশ কৰে৷ ৰাজাজী টাইগাৰ ৰিজাৰ্ভৰ ভাৰপ্ৰাপ্ত সঞ্চালক ৰাজীৱ ধীমানে কয় যে বিষয়টো পোহৰলৈ অহাৰ লগে লগে তদন্তৰ নিৰ্দেশ দিয়া হয়। লগতে কৰ্মীসকলে সংৰক্ষিত এলেকাৰ পৰা সকলো সা-সৰঞ্জাম আঁতৰাই পেলাইছে।

বন বিভাগৰ বিষয়াগৰাকীকো ধমক দিয়া হৈছে। সেই বস্তুবোৰ কেনেকৈ মূল অঞ্চলত প্ৰৱেশ কৰিলে সেই কথা তেওঁলোকে জনাই দিব লাগিব। বাঘ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালকগৰাকীয়ে গাফিলতিৰ কোনো প্ৰমাণ পালে কঠোৰ শাস্তি প্ৰদানৰ কথা সকীয়াই দিছে।

পুত্ৰ অনুজ আৰু কইনাৰ পৰিয়ালৰ সৈতে দুপৰীয়া মন্দিৰত উপস্থিত হয় মন্ত্ৰীগৰাকী। তাতে সৰুকৈ পূজা আৰু বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে কয়, মা সুৰেশ্বৰীৰ আশীৰ্বাদত মোৰ ল’ৰাটো সুস্থ হৈ উঠিছে। সেইবাবেই মন্দিৰ চৌহদত তেওঁৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলো।

তেওঁৰ ব্যাখ্যা আছিল যে তেওঁ নাজানে সংৰক্ষিত এলেকাত এনে অনুষ্ঠান পাতিবলৈ অনুমতিৰ প্ৰয়োজন। তেওঁ লগতে কয় যে মই কেইদিনমান আগতে মন্দিৰলৈ আহিছিলো। উদ্যানৰ বিষয়াসকলো তাত আছিল। সঞ্চালকেও এই অনুষ্ঠানৰ অনুমতি দিয়ে। বন আইনখনৰ বিষয়ে মই নাজানিছিলো। বন্যপ্ৰাণীকো অশান্তি দিব বিচৰা নাছিলোঁ। এই বিষয়ে বন বিভাগে যদি মোক আগতেই জনাই দিলেহেঁতেন তেন্তে মই আন ঠাইত বিয়াৰ আয়োজন কৰিলোঁহেঁতেন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd