• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ হাউলীত চাঞ্চল্য : মহা অষ্টমীৰ পুৱাতেই দুৰ্গাৰ ৰূপ দেখি স্তম্ভিত ভক্তপ্ৰাণ ৰাইজ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2018 9:47 am
HaoliPuja

মুণ্ড ছিগা অৱস্থাত দুৰ্গাৰ মূৰ্তিটো। ফটো : আনিছুজ জামান

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাৰ হাউলীৰ ত্ৰিকন্যা বিৱাহ ভৱনৰ সন্মুখৰ আনন্দবাজাৰ পূজাস্থলীত মহা অষ্টমীৰ দিনাই সংঘটিত ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সপ্তমীৰ ৰাতি পহৰীয়া নথকাৰ সুযোগ লৈ দেৱী দুৰ্গাৰ প্ৰতিমাৰ মুণ্ড ছেদ কৰিলে কোনো দুৰ্বৃত্তই। ঘটনাটোক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰিছে।

শেহতীয়া খবৰমতে ঘটনাস্থলত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আনহাতে, পূজাস্থলীত পুৱাই মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, বৰপেটাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক উপস্থিত হৈছেগৈ।

Apply Now

হাউলীৰ ত্ৰিকন্যা বিবাহ ভৱনৰ সন্মুখৰ আনন্দবজাৰ পূজাস্থলীত ঘটা এই ঘটনাৰ আঁৰত সাম্প্ৰদায়িক উত্তেজনা বিয়পাব খোজা কোনো কুমতলবী মানুহৰ হাত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। অচিৰেই তদন্ত কৰি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ স্থানীয় ৰাইজে দাবী তুলিছে। আনহাতে ৰাতি কিয় কোনো লোকে পহৰা দিয়া নাছিল বুলি পূজা কমিটীকো জবাবদিহি কৰিছে একাংশ ৰাইজে।

উল্লেখযোগ্য যে পূজাভাগত প্ৰতিমাবোৰক সম্পূৰ্ণ অসমীয়া সাজ-পাৰেৰে সজোৱা হৈছিল। গাত মুগাৰ মেখেলা-চাদৰ আৰু গামোচা পিন্ধোৱা হৈছিল। আন এটা মন কৰিব লগীয়া কথা যে দুৰ্বৃত্তই কেৱল দুৰ্গাৰহে মুণ্ডচ্ছেদ কৰিছে। তাৰ বাদে একোৱে ক্ষতি কৰা নাই। আনকি এপদো বস্তুও লৰচৰ কৰা নাই।

হাউলীৰ পৰা আনিছুজ জামানৰ সংযোজন :

বৰপেটা জিলাৰ হাউলী ত্ৰিকন্যা বিবাহ ভৱনৰ সন্মুখত জনকল্যাণ সমিতিৰ দ্বাৰা আয়োজিত শাৰদীয় দুৰ্গা পূজাৰ মণ্ডপত যোৱা  নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি দুৰ্গাৰ মূৰ্তিটোৰ মুণ্ড ছেদ কৰাক কেন্দ্ৰ কৰি অঞ্চলটো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঘটনাৰ খবৰ পাই মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, বৰপেটা জিলা আৰক্ষী অধীক্ষক ভায়’লেট বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতী,হাউলী থানাৰ আৰক্ষী অধীক্ষক পংকজ দাসকে আদি কৰি ভালেমান উচ্চপদস্থ বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ আশ্বাস দিয়ে।

ইয়াৰ পূৰ্বে একাংশ লোকে হাউলী-বৰপেটা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আনহাতে ঘটনাটোত আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, উপ-সভাপতি আব্দুল জুব্বাৰ আলী, আমছুৰ হাউলী আঞ্চলিক সমিতিৰ সভাপতি নূৰ উদ্দিন, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি ৰূপম নাথ, হাউলী আঞ্চলিক আছু, কংগ্ৰেছ, এ আই য়ু ডি এফ, এজিপি, আদি দল-সংগঠনে উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘটনাটোক গৰিহণা দিয়ে। লগতে নিৰপেক্ষ তদন্ত কৰি দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd