• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেকেৰীকুছি দৌল মন্দিৰত দুৰ্বৃত্তৰ অগ্নি সংযোগ; ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 2, 2021 7:46 am
Miscreants Temple burnes

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে নিশা প্ৰায় ৮-৩০ বজাত তামুলপুৰ মহকুমাৰ কেকেৰীকুছি গাঁওত থকা ৰাজহুৱা দৌল মন্দিৰত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাক লৈ  অঞ্চলটোত তীব্ৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

১৯৯৮ চনত কেকেৰীকুছি গাঁওত অচিনাক্ত দুৰ্বৃত্তই ১৭জনকৈ লোকক গুলীয়াই নৃশংসভাৱে হত্যা কৰাৰ পিছত ২০১০ চনত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোকে পঙ্গুত্বক আঁকোৱালি লব লগা হৈছিল।

Apply Now

প্ৰতিটো ক্ষণ আতংকময় পৰিস্থিতিৰ মাজত সময় কটোৱা গাঁওবাসীৰ মাজত পুনৰ এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি বৃহস্পতিবাৰে নিশা গাঁওখনক  লক্ষ্য কৰি লৈ গাঁওখনৰ সমূহীয়া দৌল মন্দিৰত পেট্ৰ’ল ঢালি অগ্নি সংযোগ কৰা ঘটনাই পুনৰ গাঁওখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।

তামুলপুৰ মহকুমাৰ অধীনৰ ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত কেকেৰীকুছি গাঁওত বৃহস্পতিবাৰে সুকলমে সম্পন্ন হয় ভোটগ্ৰহণ কাৰ্য।

ভোট গ্ৰহণ সম্পন্ন হোৱাৰ কিছু সময় পিছতেই গাঁওখনত থকা দৌল মন্দিৰত অগ্নিসংযোগ কৰা কাৰ্যই ঘন ৰহস্যৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজে জনোৱা মতে অগ্নিসংযোগৰ সময়ত দুই জাঁই গুলী ফুটোৱাৰ দৰে শব্দও শুনিবলৈ পাইছে ৰাইজে।

মন্দিৰত জুঁই লগাৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। লগে লগে স্থানীয় ৰাইজ মন্দিৰত উপস্থিত হয় আৰু জুঁই নুমোৱাবলৈ সক্ষম হয় আৰু ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে মন্দিৰটো।

ইপিনে ঘটনাৰ খবৰ লাভ কৰি গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাও কেকেৰীকুছি গাঁওত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বাৰে বাৰে দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰা কেকেৰীকুছিৰ গাঁওবাসীয়ে গাঁওখনত এখন স্থায়ী আৰক্ষী চকী স্থাপনৰ দাবী জনাই আহিছিল যদিও গাঁওবাসীৰ সুৰক্ষাৰ বাবে আজিও এটি আৰক্ষী চকী স্থাপন নকৰাত গাঁওবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাক এই ক্ষেত্ৰত ব্যৱস্থা লবলৈ দাবী জনায়।

মন্দিৰৰ দৰে পবিত্ৰ অনুষ্ঠান এটাত অগ্নিসংযোগ কৰা ঘটনাক হেমন্ত কুমাৰ ৰাভাই তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগত আলোচনা কৰি কেকেৰীকুছি গাঁওত আৰক্ষী চকী স্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ৰাইজক আশ্বাস দিয়ে।

প্ৰমোদ বড়োৱেও ফোন যোগে গাঁওবাসীৰ লগত বাৰ্তালাপ কৰে আৰু গাঁওবাসীৰ নিৰাপত্তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd