• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নি সংযোগ

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , November 24, 2018 8:19 pm

1 min read

চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নি সংযোগ
234
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টি অধীনৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি আৰু কনুৱামাৰীত শুকুৰবাৰে অৰ্থাৎ ২৩ নৱেম্বৰৰ নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই কংগ্ৰেছ দলৰ দুটাকৈ নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা প্ৰায় দুই বজাত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে স্থাপন কৰা সোনাৰিবালিৰ অগ্নি নিৰ্বাপন কাৰ্যালয়ৰ সন্মুখৰ কাৰ্যালয় আৰু কনুৱামাৰী তিনিআলিত অস্থায়ীভাৱে স্থাপন কৰা দুটাকৈ নিৰ্বাচনী কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে। ফলত কাৰ্যালয় কেইটা অগ্নিকাণ্ডত ক্ষতি হয়।

পৰৱৰ্তী সময়ত চামগুৰি থানাৰ তহলদাৰী এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম নহ’ল।

আনহাতে এই ঘটনাত কোনো ৰাজনৈতিক দলৰ সদস্য জড়িত থাকিব পাৰে বুলি স্থানীয়একাংশ কংগ্ৰেছ কৰ্মীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে আজি এই ঘটনা সন্দৰ্ভত কনুৱামাৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছী নেতা ছৰিফুল ইছ্লামে চামগুৰি থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd