• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নদীবান্ধ, কা আন্দোলন কিয় বন্ধ কৰিলে অখিল গগৈয়ে? ৰাইজক জনালে শিৱসাগৰৰ বিধায়কে

এন ই নাও নিউজ,টিয়ক by এন ই নাও নিউজ,টিয়ক
February 19, 2022 6:47 am
302
VIEWS
Share on FacebookShare on Twitter

অখিল গগৈয়ে নদীবান্ধ, কা আন্দোলনৰ আন্দোলনৰ ধাৰাবাহিকতা কিয় ৰক্ষা নকৰিলে, সেই প্ৰশ্নই এতিয়া ক্ৰিয়া কৰিছে বহুতৰে মনত। সেই প্ৰশ্নৰ উত্তৰো দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

টীয়ক সমষ্টিৰ দলীয় সতীৰ্থ আৰু শুভাকাংক্ষীসকলৰ সৈতে ভাৱ বিনিময় কৰাৰ অৰ্থে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা টীয়কৰ সন্তান অখিল গগৈ টীয়কৰ হস্পিতাল তিনিআলিস্থিত মা বিবাহ ভৱনত উপস্থিত হয়৷

উক্ত সভাত ৰাজ্যিক কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতীয়া ফুকন, ৰাজ্যিক সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, কেন্দ্ৰীয় উপ সভাপতি দিব্যজ্যোতি শৰ্মা, যোৰহাট জিলাৰ সভাপতি দিলীপ বৰদলৈ,কেন্দ্ৰীয় তথ্য প্ৰচাৰৰ সম্পাদক দেবাংগ সৌৰভ গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক নেতা উপস্থিত থাকে।

টীয়ক সমষ্টিৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি চাইদুল হুছেইন আৰু সম্পাদক মৃদুল বৰাই আঁতধৰা উক্ত সভাত অখিল গগৈয়ে দেশৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰখনক তীব্ৰ সমালোচনা কৰে আৰু দেশ তথা ৰাজ্য বচোৱাৰ স্বাৰ্থৰ বিজেপি দলৰ বিপক্ষে সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায়।

আনহাতে সাংবাদ মাধ্যমক আক্ৰমণ কৰি কয় যে এতিয়া সংবাদ মাধ্যমে চৰকাৰৰ বহতীয়া হিচাপে কাম কৰিছে। এয়া ভাৰতীয় সংবিধানৰ বাবে এক ভাবুকি বুলি মন্তব্য কৰে তেওঁ।

আনহাতে মত বিনিময়ৰ সময়ত অখিল গগৈক নদীবান্ধ, কা আন্দোলনৰ আন্দোলনৰ ধাৰাবাহিকতা কিয় ৰক্ষা কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উত্তৰত অখিল গগৈয়ে কয় যে বৰ্তমান বিজেপি চৰকাৰৰ দিনত আন্দোলনৰ পৰিবেশ নাই।লগতে বৰ্তমান চৰকাৰৰ হাতত উন্নয়নৰ বাবে কোনো ধন নাই বাবে ক’তো উন্নয়নমূলক কামকাজ আৰম্ভ কৰিব পৰা নাই বুলিও সদৰি কৰে বিধায়কগৰাকীয়ে।

ইপিনে চৰকাৰৰ এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অনতিপলমে পূৰণ নকৰিলে আন্দোলন গঢ়ি তোলা হ’ব বুলিও মন্তব্য কৰি এই ক্ষেত্ৰত সকলো বিৰোধীকে একত্ৰিত হ’বলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd