• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই কাৰাৰুদ্ধ অখিল গগৈৰ পৰা লাভ কৰিলে প্ৰথমখন স্মাৰক পত্ৰ; কি আছে এই পত্ৰত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 11, 2021 8:34 pm
Untitled-2-21
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙ্গলবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ আসনখন অলংকৃত কৰাৰ পাছত প্ৰথমখন স্মাৰক পত্ৰ লাভ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই।

যিখন স্মাৰক পত্ৰ কাৰাৰুদ্ধ তথা GMCHত চিকিৎসাধীন শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে প্ৰেৰণ কৰিছে।

Apply Now

স্মাৰক পত্ৰখনৰ জৰিয়তে বহুকেইটা দাবী তুলিছে কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে।

পত্ৰৰ জৰিয়তে গগৈয়ে দাবী জনাই কয় “অসমৰ ৩.৩ কোটি জনতাৰ প্ৰতিজন ব্যক্তিকে কোভিড-১৯ৰ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ পৰা যথোপযুক্ত পৰিমাণৰ ভেকচিন অনাৰ ব্যৱস্থা কৰিব লাগে।”

ইয়াৰোপৰি, ৰেমডিচিভিৰকে ধৰি কোভিড-১৯ৰ সকলো ঔষধ আৰু চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰাৰ উপৰিও হোম আইচ’লেচনত পঠিওৱা ৰোগীক এম্বুলেন্সেৰে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও পত্ৰৰ জৰিয়তে অখিল গগৈয়ে উল্লেখ কৰে।

অখিল গগৈয়ে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ সকলো জিলা সদৰতে চিকিৎসালয়ৰ বিচনা, আই চি ইউত অক্সিজেনৰ যোগান নিশ্চিত কৰিব লাগে বুলিও স্মাৰক পত্ৰত আন এক দাবী জনাইছে।

ইপিনে, চিকিৎসাকৰ্মী‌, এম্বুলেঞ্চৰ চালক, চাফাই কৰ্মী আদিক অগ্ৰাধিকাৰ দি ভেকচিন প্ৰদান কৰাৰ উপৰিও আৰু উপযুক্ত পিপিই কিট প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে অখিল গগৈয়ে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে অখিলে দাবী উত্থাপন কৰি লগতে কয় “মূল্যবৃদ্ধি ৰোধৰ বাবে এটি ৰাজহুৱা পুঁজি তৈয়াৰ কৰা, কভিড-১৯ৰ সংকট শেষ নোহোৱা পৰ্যন্ত অসমৰ সকলো দৰিদ্ৰ তথা অভাৱী পৰিয়ালক মাহে ৫০০০ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।”

ইপিনে, অসমে নিশ্চয় এই ভয়ংকৰ সংকটক উমৈহতীয়াভাৱে মোকাবিলা কৰিব পাৰিব আৰু অৰ্থনীতিৰ পুনৰুদ্ধাৰো কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ কোভিড ভেকচিন দিয়াৰ ক্ষেত্ৰত সকলো ৰাজ্যতকৈ অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd