• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানতেই বিধায়ক উৎপল দত্তক ঘেৰাও

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
November 1, 2018 5:15 pm
dc8bd65a-22d3-4b13-8f28-54633e35190e
215
VIEWS
Share on FacebookShare on Twitter

অৱশেষত  মাজুলী লখিমপুৰ সীমান্তৱৰ্তী লুইত-খাৱলুবাসীৰ সমস্যা সমাধানৰ পথত। বাট-পথৰ দুৰৱস্থাৰ বাবেই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছিল লুইত- খাৱলুবাসীয়ে।

শেহতীয়ভাৱে স্বাধীনতাৰ বাসত্তৰ বছৰৰ পাছত লুইত-খাবলুত নিৰ্মাণ হ’বলগীয়া তিনিখন কাঠৰ দলঙৰ আধাৰশিলা আজি স্থাপন কৰা হৈছে। উক্ত কাঠৰ দলং তিনিখনৰ আধাৰশিলা আজি আনুষ্ঠানিকভাবে স্থাপন কৰে বিধায়ক উৎপল দত্ত, ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই।

সমষ্টিবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থলৈ পিঠি দি কেবল নিৰ্বাচনৰ সময়ত ভোটৰ বাবে লুইত-খাবলুলৈ অহাৰ অভিযোগত ৰাইজে বিধায়ক উৎপল দত্তক ঘেৰাও কৰে। লুইত-খাবলুৰ মহিলাসকলে বিধায়কগৰাকীক ঘেৰাও কৰি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখ্য বাট-পথৰ দুৰৱস্থাৰ বাবেই  প্ৰসুতিয়ে বাটতে প্ৰসৱ কৰা, ৰোগীক ঠেলাত চিকিৎসালয়লৈ অনা, বাটতে ৰোগীৰ মৃত্যু হোৱা আদিৰ দৰে হৃদয় বিদাৰক ঘটনাই সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে।

ইফালে আজি স্থাপন কৰা তিনিখন কাঠৰ দলঙৰ আধাৰশিলা পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী নদী পাৰ হোৱাৰ দলং নহৈ সঁচা অৰ্থত দলং নিৰ্মাণ হয়, লুইত-খাৱলুবাসীয়ে তাৰেই কামনা কৰিছে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd