DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোবাইল হেডফোন শ্ৰৱণ শক্তি হ্ৰাসৰ অন্যতম কাৰক : ডাঃ পাৰ্থ গোঁহাই

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
March 4, 2019 7:54 am
382
VIEWS
Share on FacebookShare on Twitter

‘আধুনিক পৃথিৱীত মোবাইলৰ অত্যধিক ব্যৱহাৰে মানৱ জীৱনত যিবিলাক অনিষ্ট সাধন কৰিছে তাৰ মাজত শ্ৰৱণ শক্তি হ্ৰাস হ’ল অন্যতম। বিশেষকৈ মোবাইল হেডফোনৰ জৰিয়তে উচ্চস্বৰত শুনাৰ ফলত বৰ্তমান সময়ত ১২ৰ পৰা ৩৫ বছৰৰ লোকৰ মাজত শ্ৰৱণ শক্তি হ্ৰাস পোৱাটো অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে।’ এই মন্তব্য কৰিছে গোলাঘাট বিশিষ্ট চিকিৎসক পার্থ গোহাঁইয়ে।

৩ মাৰ্চত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আয়োজন কৰা বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে অনুষ্ঠিত সভাত সমল ব্যক্তি হিচাপে বক্তব্য ৰাখি চিকিৎসকগৰাকীয়ে এই কথা উল্লেখ কৰে। বিশিষ্ট চিকিৎসক গৰাকীয়ে সকলোকে এনে বদ অভ্যাস পৰিত্যাগৰ আহ্বান জনায়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত যোৰহাটৰ স্বেচ্ছাসেৱী সংস্থা প্ৰেৰণাৰ উদ্যোগত আৰু অ’ এন জি চি ৰ সহযোগত উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশ হিচাপে পুৱা এক সজাগতা সমদল উলিওৱা হয়। ইয়াৰ পিছতে ‘চেভ ইয়াৰ হিয়েৰিং’ শ্ল’গানেৰে মূল সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাতে আঠটি শিশুক শ্ৰৱণযন্ত্ৰ প্ৰদান কৰা হয় আৰু বহুসংখ্যক লোকৰ কাণৰ ৰোগ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়।

Recent News

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd