• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘৰত বহি ম’বাইলৰ জৰিয়তে কৰিব পাৰিব ভোটদান! বিহাৰত ছটা পৌৰসভাত পাইলট প্ৰকল্প ৰূপে ই-ভোটিং আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 5:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে এক নতুন যুগৰ আৰম্ভণি কৰিছে। বিহাৰত ভোটাৰসকলে এতিয়া নিজৰ ঘৰত বহি ম’বাইল ফোনৰ জৰিয়তে ভোট দিব পাৰিব। ভোটদান প্ৰক্ৰিয়া সহজ আৰু সুৰক্ষিত কৰি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

২৮ জুনত পাটনাসহ তিনিখন জিলাৰ ছটা পৌৰসভাত অনুষ্ঠিত হোৱা নিৰ্বাচনত পাইলট প্ৰকল্প হিচাপে এই ই-ভোটিং ব্যৱস্থা পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে। এই প্ৰকল্পৰ অধীনত ১০ হাজাৰৰো অধিক ভোটাৰ ইতিমধ্যে পঞ্জীয়ন কৰিছে। গৰ্ভৱতী মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, প্ৰব্ৰজিত শ্ৰমিক আদি যিসকলে ভোটকেন্দ্ৰলৈ যাব নোৱাৰে, তেওঁলোকৰ বাবে এই ব্যৱস্থা বিশেষ সহায়ক হ’ব বুলি আশা কৰা হৈছে।

Apply Now

নতুন এপৰ জৰিয়তে সুৰক্ষিত ভোটদান

‘E-SCI BHR’ নামৰ এক নতুন ই-ভোটিং এপৰ জৰিয়তে ভোট গ্ৰহণ কৰা হৈছে। এই এপত জালিয়াতি ৰোধৰ বাবে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ব্লকচেইন প্ৰযুক্তিৰ মাধ্যমেৰে ভোট ৰেকৰ্ডিং আৰু সংৰক্ষণ এক অপৰিৱৰ্তনীয় আৰু সুৰক্ষিত পদ্ধতিত কৰা হয়।

এপত মুখমণ্ডল প্ৰমাণীকৰণ (Face Authentication) আৰু মিলন ব্যৱস্থা (Matching System)ৰ সহায়ত লগইন কৰা যাব। লগতে OCR (Optical Character Recognition) আৰু ডিজিটেল স্কেনিঙৰ মাধ্যমেৰে ভোটাৰ আইডিৰ সঠিকতা পৰীক্ষা কৰা হ’ব। মাত্ৰ দুজন ভোটাৰেহে এটা মোবাইল নম্বৰৰ জৰিয়তে লগইন কৰিব পাৰিব।

ইভিএম আৰু ভিভিপিএটি ব্যৱস্থাৰ সৈতে মিল থকা অডিট ট্ৰেইল ব্যৱস্থাও এপত সংযুক্ত আছে, যাৰ সহায়ত প্ৰত্যেক ভোটৰ বৈধতা নিশ্চিত হ’ব। ইভিএমসমূহ ডিজিটেলভাৱে “strong room”ত লক কৰিব পাৰি, যাতে ফলাফলত কোনো ধৰণৰ হস্তক্ষেপ সম্ভৱ নহয়।

বিহাৰ ৰাজ্যিক নির্বাচন আয়ুক্ত দীপক প্ৰসাদে জাননী দিয়ে যে এই পাইলট প্ৰকল্পৰ সফলতাৰ ভিত্তিত ভৱিষ্যতে বেছি স্থানত এই ব্যৱস্থা বিস্তাৰ কৰাৰ পৰিকল্পনা কৰা হ’ব। তেওঁ লগতে কয় যে, “এই এপটোত অত্যাধুনিক ছাইবাৰ সিকিউৰিটি চিষ্টেম সংযুক্ত কৰা হৈছে যাতে ভোটদানৰ গোপনীয়তা আৰু নিৰাপত্তা ৰক্ষা কৰিব পাৰি।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd