DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰ্থনৈতিক ব্যৱস্থাত চৰকাৰৰ সঞ্জীৱনী; ‘কৰ্পোৰেট কৰ’ত ৰেহাইৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2019 2:07 pm
nirmala-sitharaman-1568943450

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

1.1k
VIEWS
Share on FacebookShare on Twitter

জিএছটি কাউন্সিলৰ গোৱাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পূৰ্বে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অৰ্থনীতিক গতি দিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

শুকুৰবাৰে বিত্ত মন্ত্ৰীয়ে ‘কৰ্পোৰেট কৰ’ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে। তেওঁ কয় যে কোম্পানীৰ বাবে কৰ্পোৰেট টেক্স হ্ৰাস কৰা হ’ব।

বিত্ত মন্ত্ৰীয়ে ২০১৯’ৰ ১ অক্টোবৰৰ পাছত গঠন কৰা কোম্পানীসমূহৰ ওপৰত ১৫ শতাংশ কৰৰ প্ৰস্তাৱো দিছে।

নিৰ্মলা সীতাৰমণৰ ফালৰ পৰা এই ঘোষণা কৰাৰ লগে লগেই শ্বেয়াৰ বজাৰত ক্ষিপ্ৰ উত্থান দেখা গৈছে আৰু ছেনছেক্স ৯০০ অংক ওপৰলৈ উঠিছে।

বিত্ত মন্ত্ৰীয়ে ইয়াৰ মাজতে নিম্নতম বিকল্প কৰ (MINIMUM ALTERNATE TAX) সম্পূৰ্ণ উঠাই দিয়াৰ ঘোষণা কৰিছে।

তেওঁ সংবাদমেলত কয় যে চৰকাৰে ‘মেক ইন ইণ্ডিয়া’ত বিনিয়োগৰ প্ৰচেষ্টা চলাইছে। লগতে তেওঁ শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে মূলধনী আয়ৰ ওপৰত উপকৰ নলগোৱাৰ কথাও স্পষ্ট কৰে।

বিত্ত মন্ত্ৰীৰ এই বিশেষ ঘোষণাত কি আছেঃ

-কৰ্পোৰেট ইণ্ডিয়াৰ বাবে ১.৫ লাখ কোটি টকাৰ ৰেহাই পেকেজ।

–  কৰ্পোৰেট টেক্স সমাপ্ত কৰাৰ প্ৰস্তাৱ।

– নিম্নতম বিকল্প কৰ (MAT) সম্পূৰ্ণ সমাপ্ত কৰাৰ প্ৰস্তাৱ।

-এফ পি আই এছ (ফৰেইন পৰ্টফলিঅ’ ইনভেষ্টৰ্ছ চাৰচাৰ্জ)ৰ ওপৰত অতিৰিক্ত উপকৰ লগোৱা নহয়।

– কোনো ৰেহাই অবিহনে কৰ্পোৰেট টেক্স ২২ শতাংশ হ’ব।

– উপকৰ আৰু অতিৰিক্ত উপকৰ সহ ২৫.১৭ শতাংশ কৰ হ’ব।

-ইকুইটি কেপিটেল আয়ৰ ওপৰত অতিৰিক্ত উপকৰ লগোৱা নহয়।

– এছ টি টি (Securities Transaction Tax) দিয়া বিনিয়োগকাৰীৰ ওপৰত বৃহৎ অতিৰিক্ত কৰ লগোৱা নহয়।

-৫ জুলাইৰ পূৰ্বে বায়’বেকৰ ওপৰত ২০ শতাংশ কৰ লগোৱা নহয়।

-উৎপাদন কোম্পানীৰ বাবে কৰ হ্ৰাস হ’ব।

বিত্ত মন্ত্ৰীৰ এই ঘোষণাসমূহে দেশৰ আৰ্থিক মন্দাৱস্থাৰ ক্ষেত্ৰত কিছু সকাহ দিব বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

Recent News

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd