DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিজ চৰকাৰৰ কৃতিত্ব প্ৰচাৰৰ বাবে অতি শীঘ্ৰেই ১৩ টা ভাষাত আলোচনী প্ৰকাশ কৰিব মোদী চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2020 4:21 pm
index.jpg34
391
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদী চৰকাৰে এক বিশেষ আঁচনি প্ৰস্তুত কৰিছে।

এই আঁচনিৰ অনুসৰি মোদী চৰকাৰৰ বিভিন্ন কামৰ খটিয়ান তথা কৃতিত্ব প্ৰচাৰৰ বাবে দেশৰ ১৩ টা ভাষাত এখন বিশেষ আলোচনী প্ৰকাশ কৰা হ’ব।

ৰাষ্ট্ৰীয় সংবাদ পত্ৰ দ্য প্ৰিণ্টৰ মতে আলোচনীখনত মোদী চৰকাৰৰ বিভিন্ন কাম তথা আঁচনিৰ শ্ৰেষ্ঠাংশ, সফলতা আৰু পদক্ষেপসমূহক স্থান দিয়া হ’ব।

চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে নিউ ইণ্ডিয়া সমাচাৰ শীৰ্ষক আলোচনীখন যোগাযোগ আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অন্তৰ্গত ব্যু অৱ আউট্ৰেক কমিউনিকেশ্যন(BOC)এ এক নিৰ্দিষ্ট সময়সীমাৰ মূৰে মূৰে প্ৰকাশ কৰিব।

হিন্দী আৰু ইংৰাজীৰ লগতে দেশৰ ১৩ টা আঞ্চলিক ভাষাত প্ৰকাশ পাব লগীয়া এই আলোচনীখন ভাৰতীয় বাতৰি কাকত পঞ্জীয়ক( RNI)এ ইতিমধ্যে ভেৰিফিকেশ্যন কৰিছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে।

‘পৰিকল্পনাৰ মতে জুনৰ ১ তাৰিখে আলোচনীখন উলোৱা কথা আছিল। কিন্তু ক’ৰ’নাতংকৰ বাবে পলম হৈছে।’ সূত্ৰটোৱে এইদৰে কয়।

আলোচনীখন দেশৰ ২.৫ লাখ পঞ্চায়তলৈ প্ৰেৰণ কৰি বিতৰণ কৰা হ’ব।

আনহাতে দেশৰ শিক্ষানুষ্ঠানসমূহলৈও প্ৰেৰণ কৰা হ’ব এই আলোচনীখন।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd