• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বকতাৰ শিল্পী মোহন শইকীয়াই বাঁহ-বেতৰ বিভিন্ন সামগ্ৰীৰ লগতে প্ৰস্তুত কৰিছে সাঁচিপাতৰ আৰ্হিত বাঁহৰ কিতাপ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 5, 2020 11:35 am
VideoCapture_20201103-000529
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঁহ বেতৰ এজন অখ্যাত শিল্পী। সুন্দৰ সৃষ্টিৰাজিৰে নিজে সন্তুষ্ট থকাৰ লগতে আনকো প্ৰশিক্ষণ দি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাই যাৰ লক্ষ্য।

নাম মোহন শইকীয়া। ঘৰ শিৱসাগৰ জিলাৰ বকতা ন নাথ গাঁৱত। সুদীৰ্ঘ ২০ বছৰ ধৰি ব্ৰতী আছে এই শিল্পৰ লগত। মোহন শইকীয়াই নিজ গৃহতে গঢ়ি তুলিছে বাঁহ-বেতৰ এটি উদ্যোগ।

Apply Now

বাঁহৰ চোফা, চকী, টেবুল, বিচনাকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি সেইসমুহ বিক্ৰী কৰি স্বাভলম্বী হৈ উঠিছে তেওঁ। ইয়াৰোপৰি মোহন শইকীয়াই সাজি উলিয়াইছে বাঁহৰ কিতাপ, বাঁহৰ চোলা, টুপি, ব্ৰিফকেচ, বেগ ইত্যাদি।

সৃষ্টিশীল মনৰ অধিকাৰী মোহন শইকীয়াই  সাঁচিপাতৰ আৰ্হিৰে প্ৰস্তুত কৰি উলিয়াইছে বাঁহৰ বহু কেইখন কিতাপ।

নিচেই কম বয়সতে পিতৃ মাতৃক হেৰুৱা মোহন শইকীয়াই মমায়েকৰ ঘৰত বহু কষ্টৰে ডাঙৰ দীঘল হৈছিল। অহিংসা আৰু গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী মোহন শইকীয়াই সেই সময়ত অসমত হোৱা আন্দোলন বা বিপ্লৱৰ পৰা নিজকে আতঁৰাই ৰাখিবলৈ দৈনিক ১৮ ৰ পৰা ২০ ঘন্টা কৃষি কাৰ্য, মৌ পালন, বাঁহৰ সামগ্ৰী বনোৱাত নিয়োজিত কৰিছিল। এইদৰে বাঁহ বেতৰ শিল্পৰ লগত জড়িত হৈ পৰিছিল বুলি নৰ্থইষ্ট নাও সাংবাদিকৰ আগত কয় মোহন শইকীয়াই।

মোহন শইকীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বহু সামগ্ৰী ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰদৰ্শিত আৰু বিক্ৰী হৈছে। বাঁহ বেতেৰে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশ লোৱাৰ লগতে বাংগালুৰু, ডেৰাডুন আদিত প্ৰদৰ্শন কৰি আহিছে।

মোহন শইকীয়াই জনোৱা মতে ভাৰতত বাঁহ বেতৰ সামগ্ৰী এখন সুন্দৰ বজাৰ আছে। তেওঁ কয়, “ভাৰতৰ বজাৰত এই সামগ্ৰীসমুহৰ চাহিদা থকাৰ বাবে অন্য সামগ্ৰীৰ দৰে বিক্ৰী নোহোৱাকৈ বহুদিন জমা হৈ থকা নাই।”

এই ক্ষেত্ৰত অসম চৰকাৰে তেওঁলোকক বিভিন্ন সময়ত সহায় কৰা বুলি জানিবলৈ দিয়ে। যন্ত্ৰপাতি প্ৰদান কৰাৰ লগতে চৰকাৰে বিভিন্ন সময়ত পুৰস্কাৰ বা উপহাৰৰ সামগ্ৰী হিচাপে তেওঁলোকে বনোৱা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে বুলিও কয় শইকীয়াই।

মোহন শইকীয়াই বহু যুৱকক বাঁহ-বেতৰ এই শিল্পৰ প্ৰশিক্ষণ দি আৰ্থিকভাৱে স্বৱলম্বী কৰাই নহয় বিশ্ব দৰবাৰত অসমৰ এই শিল্পক পৰিচয় কৰাই দিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd