• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমীলা ৰাণী ব্ৰহ্মই প্ৰায় পাঁচ লাখ ভোট লাভ কৰি বিজয়ী হ’ব : হাগ্ৰামা মহিলাৰী

হাগ্ৰামাৰ দাবী : অসমত মিত্ৰজোঁটে লাভ কৰিব ১০ৰ পৰা ১২ খন আসন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 26, 2019 11:08 am
04-05-18-Mushalpur-Hagrama-Mohilary-address-media-2-1

হাগ্ৰামা মহিলাৰী। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বি পি এফ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ জয় নিশ্চিত বুলি বহস্পতিবাৰে সাংবাদিকৰ আগত দাবী কৰে বি পি এফৰ মুৰব্বী তথা বি টি এ ডি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

বৃহস্পতিবাৰে কোকৰাঝাৰৰ আৰণাই হোটেলত বি পি এফৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকৰ পাছতে বি পি এফ প্ৰধান মহিলাৰীয়ে সাংবাদিকৰে হোৱা কথা বতৰাত কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰমীলা ৰাণী ব্ৰহ্মই প্ৰায় পাঁচ লাখ ভোট লাভ কৰি বিজয়ী হ’ব বুলি মন্তব্য কৰে।

Apply Now

তেওঁ লগতে বৰ্তমানৰ সাংসদ তথা কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই চাৰি লাখ ভোট লাভ কৰি দ্বিতীয় স্থানত আৰু য়ু পি পি এলৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্মই ৩ লাখ ভোট লাভ কৰি তৃতীয় স্থানত থাকিব বুলি কয়।

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কোকৰাঝাৰ সমষ্টিটোৰ পৰা বি পি এফৰ প্ৰাৰ্থীগৰাকীৰ বিজয় এশ শতাংশই নিশ্চিত বুলি দাবী কৰি অসমত বিজেপি-অগপ-বি পি এফৰ মিত্ৰজোঁটে ১০ৰ পৰা ১২ খন আসন লাভ কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে।

উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা কোকৰাঝাৰ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পৰ্কে বৃহস্পতিবাৰে বি পি এফ দলৰ বিভিন্ন নেতা-কৰ্মীৰে হাগ্ৰামা মহিলাৰীয়ে এক পৰ্যালোচনামূলক সভা অনুষ্ঠিত কৰে।

উক্ত সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, দলৰ উপ-সভাপতি প্ৰবীন বড়ো, কোকৰাঝাৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী তথা বিধায়িকা প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগতে আন আন শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।

২৩ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত ৮৩.২ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd