• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ড্ৰাগছ আসক্ত বা সৰবৰাহকাৰীৰ মৃত্যু হ’লে কবৰ দিব নোৱাৰিব; অসমৰে এক অঞ্চলৰ দৃষ্টান্তমূলক সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2023 9:47 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে অসমক ড্ৰাগছ মুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ শপত গ্ৰহণ কৰাৰ পিছত স্পষ্ট কৰি দিছিল যে তেওঁৰ চৰকাৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক সকলো ধৰণৰ ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। এই পৰ্যন্ত ৰাজ্যখনত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৯ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

তাৰ মাজতে ৰাজ্যখনৰ মৰিগাঁও জিলাৰ এক অভিনৱ ঘোষণাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জিলাখনৰ মৈৰাবাৰীত ঘোষণা কৰা হৈছে যে ড্ৰাগছ গ্ৰহণ কৰা বা সৰবৰাহৰ লগত জড়িত কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁক সেই অঞ্চলত কবৰ দিব নোৱাৰিব।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উপেক্ষা কৰি দিল্লীৰ আমোলা নিযুক্তিৰ ক্ষমতা পুনৰ নিজৰ হাতলৈ নিলে কেন্দ্ৰই

Apply Now

মৈৰাবাৰী টাউন কবৰস্থান সমিতিৰ সভাপতি মেহবুব মুক্তাৰে কয়, “কবৰস্থান কমিটিয়ে এক সাহসী সিদ্ধান্ত লৈছে। যদি ড্ৰাগছ আসক্তিৰ বাবে বা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত কোনো ব্যক্তিৰ মৃত্যু হয় তেন্তে তেওঁক কবৰ দিব নোৱাৰিব। আমাৰ অঞ্চলত ড্ৰাগছ সৰবৰাহৰ ঘটনা বন্ধ কৰিবলৈকে আমি এই সিদ্ধান্ত লৈছো।”

তেওঁ লগতে কয় যে তেওঁলোকৰ অঞ্চলৰ বহু যুৱক এই ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ লগত জড়িত হৈ পৰে। নাবালকসকলো ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে এনে পদক্ষেপ এই পৰিৱেশৰ পৰা মুক্ত হোৱাৰ বাবে।

তেওঁ কয় যে কেৱল তেওঁলোকক কবৰ দিবলৈ নিদিয়াই নহয়, ড্ৰাগছ আসক্ত বা ড্ৰাগছ সৰবৰাহকাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাতো কাকো অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব।

লগতে পঢ়ক: জোনমণি ৰাভাৰ মৃত্যু ৰহস্য: মুখ্য কাৰ্যালয়ত “ক্ল’জ” কৰা হ’ল চাৰিজন আৰক্ষী বিষয়াক

মৈৰাবাৰীৰ এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে যোৱা ২ বছৰে তেওঁৰ চৰকাৰে ড্ৰাগছ সৰবৰাহ বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৯ হাজাৰ ৩০৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ উপৰি অসম চৰকাৰে ১ হাজাৰ ৪৩০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। ৪২০ একৰ ভাং আৰু আফিং খেতিও ধ্বংস কৰা হৈছ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd