• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোনাবাৰী বনাঞ্চলক কাজিৰঙাত অন্তৰ্ভূক্ত, কাজিৰঙাৰ কোনটো সংযোজনত আছে কিমান বনাঞ্চল?

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
November 11, 2021 3:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ আয়ুক্ত সচিবয়ে যোৱা ৮ নবেম্বৰত জাৰি কৰা FRM.203/2017/83 নম্বৰৰ প্ৰাৰম্ভিক জাননীৰে বিশ্বনাথৰ মোনাবাৰী অঞ্চলৰ ৪৫২ হেক্টৰ ভুমিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাবে ঘোষণা কৰে ৷

এই ঘোষণাৰে অসম চৰকাৰে মোনাবাৰী চাহ বাগিচাৰ লগতে থকা এই ৪৫২ হেক্টৰ ভুমিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অন্তৰ্ভুক্ত কৰা হ’ল ৷

Apply Now

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিছাৰ সৈতে সংলগ্নিত এই ৪৫২ হেক্টৰ ভূমিত ভূমি সংৰক্ষণ বিভাগে ১৯৬২ চনতে বৃক্ষ ৰোপণ কৰিছিল আৰু তেতিয়াৰে পৰাই গঢ়ি উঠিছিল এক বনাঞ্চল ৷

মোনাবাৰীৰ এই বনাঞ্চলত বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা বন্যপ্ৰাণীয়ে আশ্ৰয় লৈ আহিছিল।

২০০৬ চনতে এই বনাঞ্চলক বন বিভাগক অৰ্পণ কৰা হৈছিল যদিও আনুষ্ঠানিক ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পণ কৰা হোৱা নাছিল ৷ বন বিভাগৰ হাতলৈ অহাৰ পিচতেই মোনাবাৰী বনাঞ্চলত বন শিৱিৰ স্থাপন কৰি বন কৰ্মীও নিয়োগ কৰা হৈছিল ৷

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অসম চৰকাৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে এই ৪৫২ হেক্টৰ বনাঞ্চলৰ প্ৰয়োজন বুলি অৱগত কৰাৰ পিচত অসম চৰকাৰে মোনাবাৰী চাহ বাগিচাৰ এই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাপে প্ৰাৰম্ভিক ভাৱে ঘোষণা কৰে।

উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য দেওচূড় আৰু পালখোৱাৰ ১৭৬ হেক্টৰ ভূমিক সপ্তম সংযোজন , বান্দৰডুবি এলেকাৰ ৩০৭ হেক্টৰ ভূমিক অষ্টম সংযোজন আৰু শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ কাষৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকোৱা চাপৰি ২৫৭০ হেক্টৰ ভূমিক কাজিৰঙাৰ নৱম সংযোজন হিচাবে ঘোষণা কৰাৰ পিচত এতিয়া মোনাবাৰীৰ ৪৫২ হেক্টৰ বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাবে ঘোষণা কৰিছে অসম চৰকাৰে ৷

দশম সংযোজন হিচাবে মোনাবাৰী বনাঞ্চল সংযোজন হোৱাৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ সম্প্ৰতি ৯১৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯২৫ বৰ্গ কিলোমিটাৰলৈ লৈ বৃদ্ধি পালে৷

উত্তম শইকীয়া ,বোকাখাত

উত্তম শইকীয়া ,বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd