• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বান্দৰে থপিয়াই নিলে কোভিড-১৯ ৰোগীৰ তেজৰ নমুনা; video ভাইৰেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 29, 2020 7:35 pm

1 min read

বান্দৰে থপিয়াই নিলে কোভিড-১৯ ৰোগীৰ তেজৰ নমুনা; video ভাইৰেল

প্রতিনিধিত্বমূলক ছবি। ইণ্টাৰনেটৰ পৰা সংগৃহীত।

41.6k
VIEWS
Share on FacebookShare on Twitter

আজি উত্তৰ-প্ৰদেশৰ মীৰুটত এটা বান্দৰে এগৰাকী লেব টেকনিচিয়ানৰ পৰা কোভিড-১৯ ৰোগীৰ তেজৰ নমুনা থপিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ লগতে উদ্ধেগৰ সৃষ্টি কৰিছে।

মীৰুট চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী লেব টেকনিচিয়ানৰ পৰা বান্দৰটোৱে তেজৰ নমুনা থপিয়াই নিয়ে।

বান্দৰটোৱে এজোপা গছৰ ওপৰত বহি নমুনাখিনি সোমোৱাই থোৱা এটা বগা ৰঙৰ পেকেট চোবাই থকা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

#Breaking | Bizarre incident in Meerut: Monkeys run away with Corona test samples, locals fear the spread of infection.

Details by TIMES NOW’s Amir Haque. pic.twitter.com/9VrcIn3mqg

— TIMES NOW (@TimesNow) May 29, 2020

মীৰুট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ এছ কে গাৰ্গে কয়, ‘ঘটনাটো আমি দৃষ্টিগোচৰ হোৱাত আমি লেব টেকনিচিয়ানজনক এই বিষয়ে প্ৰশ্ন কৰোঁ। আমাৰ মতে থপিয়াই নিয়া নমুনাখিনি ৰোগীৰ ডিঙি আৰু জিভাৰ পৰা সংগ্ৰহ কৰা স্বাব চেম্পুল নহয়।’

‘এইসমূহ কোভিড-১৯ ৰোগীৰ পৰা নিয়মীয়া চিকিৎসাৰ সময়ত গ্ৰহণ কৰা তেজৰ নমুনা হয়। কোভিড-১৯ৰ নমুনাসমূহ এটা বাকচত ভৰাই থোৱা থাকে কিন্তু এই সমূহ নমুনা নাখাকে।’ তেওঁ লগতে কয়।

অৱশ্যে অধ্যক্ষ গাৰ্গে কয় যে যিহেতু এই পৰ্যন্ত জন্তুৰ পৰা কোভিড-১৯ সংক্ৰমিত হোৱা কোনোধৰণৰ তথ্য নাই গতিকে ইয়াক লৈ বিশেষ চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই।

Recent News

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd