• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোৱা ৩ দিনত ১৪ লাখতকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক নিজ ঠাইলৈ উভতি গৈছে : ৰে’ল মন্ত্ৰ্যালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2020 5:23 pm

2 min read

train

প্ৰতিনিধিত্বমূলক চিত্ৰ

8.9k
VIEWS
Share on FacebookShare on Twitter

১৫ মে’ৰ মাজনিশালৈকে ৰে’ল মন্ত্ৰ্যালয়ে ১০০০খনতকৈ অধিক ‘শ্ৰমিক স্পেচিয়েল’ ট্ৰেইনৰ চলাচল কৰাইছে আৰু ইয়াৰ জৰিয়তে বিভিন্ন ঠাইত আবদ্ধ হৈ থকা ১৪ লাখতকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক নিজা ঘৰলৈ উভতি গৈছে।

ৰে’ল মন্ত্ৰ্যালয়ৰ বিবৃতিৰ উদ্ধৃতিৰে নিউজ এজেন্সী ANI বাতৰিত প্ৰকাশ।

বিবৃতিটোত কোৱা হয়, ’১৫ মে’ৰ মাজনিশালৈকে মন্ত্ৰ্যালয়ে ১০৭৪খন ‘শ্ৰমিক স্পেচিয়েল’ ট্ৰেইন চলাচল কৰাইছে।‘

‘যোৱা ৩ দিনত প্ৰত্যেক দিনাই ২ লাখতকৈ অধিক লোকক নিজ ঠাইলৈ ঘূৰাই পঠোৱা হয়’ বিবৃতিটোত কয়।

Over 1.4 million stranded people transported back to their home states till midnight of 15th May. Indian Railways has operated 1074 “Shramik Special” trains across the country. During the last 3 days, more than 2 lakh persons have been transported per day: Ministry of Railways pic.twitter.com/UkcAshafTR

— ANI (@ANI) May 16, 2020

উল্লেখযোগ্য যে এই মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ ফলত দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ ঠাইলৈ লৈ ঘূৰাই নিয়াৰ বাবে বিশেষ ‘শ্ৰমিক’ ট্ৰেইনৰ চলাচল আৰম্ভ কৰিছিল।

ইয়াৰ উপৰি ৰে’ল মন্ত্ৰ্যালয়ে যোৱা ১২ মে’ত ১৫খন আন্তঃৰাজ্যিক যাত্ৰীবাহী ট্ৰেইনৰ চলাচল আৰম্ভ কৰিছিল। ১২ মে’ত ৰাজধানী দিল্লীৰ পৰা দেশৰ বিভিন্ন ঠাইলৈ ১৫খন ট্ৰেইনে যাত্ৰা আৰম্ভ কৰে।

১৩ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ IRCTC-এ টিকেট বুক কৰা সকলো যাত্ৰীৰ গন্তব্য ঠিকনা লোৱা আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা প্ৰয়োজনত Covid-19 কণ্টেকত বিচাৰি উলিয়াত সহায়ক হ’ব বুলি ৰে’লৱেই জনায়।

যোৱা মাৰ্চ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিছতে সকলো যাত্ৰীবাহী ট্ৰেইনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল।

Recent News

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd