• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহ : দেশৰ তাৰকা নিশ্চুপ; আন্তৰাষ্ট্ৰীয় তাৰকাৰ সমৰ্থন, আৰ্থিক সাহায্যও প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 5, 2021 11:11 am

2 min read

JUJU
182
VIEWS
Share on FacebookShare on Twitter

দেশৰ তাৰকাসমূহ নিশ্চুপ হৈ থাকিলেও প’প ষ্টাৰ ৰিহানা আৰু পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ পিছত ইজনৰ পিছত সিজন আন্তৰাষ্ট্ৰীয় তাৰকাই ভাৰতৰ দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহলৈ সমৰ্থনত আগবঢ়াইছে। ইয়াৰ মাজত বাচকেটবল আৰু ৰাগবি ফুটবলৰ আন্তৰাষ্ট্ৰীয় তাৰকাও আছে।

আমেৰিকাৰ তাৰকা ৰাগবি তাৰকা জন শ্বেৰমানে দিল্লীৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়ায়ে ক্ষান্ত থকা নাই তেওঁ কৃষক বিদ্ৰোহলৈ আগবঢ়াইছে ১০,০০০ মাৰ্কিন ড’লাৰ অৰ্থ সাহায্য।

জন শ্বেৰমেন তথা জুজু স্মিথ-শ্বুষ্টাৰে টুইট কৰিছে, “এই সময়ত ভাৰতীয় কৃষকসকলৰ জীৱন ৰক্ষা আৰু চিকিৎসা সেৱাৰ বাবে ১০,০০০ ডলাৰ দান কৰিবলৈ পায় মই সুখী হৈছো।”

টুইটাৰত ১.১ মিলিয়ন ফ্ল’ৱাৰ্ছ থকা তাৰকাগৰাকীৰ টুইটোত ৫৫ হাজাৰো অধিক লোকে লাইক আৰু ২৬ হাজাৰৰো অধিক ৰিটুইট কৰিছে অনুৰাগীসকলে।

Happy to share that I’ve donated $10,000 to provide medical assistance to the farmers in need in India to help save lives during these times. I hope we can prevent any additional life from being lost. 🙏🏾 #FarmersProtest https://t.co/0WoEw0l3ij

— JuJu Smith-Schuster (@TeamJuJu) February 3, 2021

“মই আশা কৰো, যিকোনো প্ৰকাৰে যাতে আৰু অধিক জীৱন হেৰুওৱাতো প্ৰতিহত কৰিব পাৰিম।” তাৰকাগৰাকীয়ে লগতে কয়।

ইফালে টুইটাৰত ১ মিলিয়ন ফ্ল’ৱাৰ্ছ থকা আমেৰিকান বাচকেটবল খেলুৱৈ কেইল কুজ্মাও দিল্লী সীমান্ত কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে।

দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ সম্পৰ্কীয় চিএনএনৰ এটা বাতৰিক ৰিহানা আৰু গ্ৰেটা থুনবাৰ্গৰ দৰে হেজটেগেৰে কাজ্মাই টুইটাৰত শ্বেয়াৰ কৰি লিখিছে, “এই বিষয়ে আলোচনা কৰা উচিত।”

Should be talking about this! #FarmersProtesthttps://t.co/Xh09iTvVoF

— kuz (@kylekuzma) February 3, 2021

আমেৰিকাৰ প্ৰাক্তন তাৰকা বাচকেটবল খেলুৱৈ বাৰ’ন ডেভিছেও আন্দোলনকাৰী ভাৰতীয় কৃষকৰ সমৰ্থনত টুইট কৰিছে।

১ মিলিয়ন ফ্ল’ৱাৰ্ছ থকা প্ৰাক্তন তাৰকাগৰাকীয়ে লিখিছে, “ভাৰতত কি ঘটি আছে আমি তাৰ বিষয়ে ক’ম নেকি? মোৰ সৰল মানুহসকলক মুক্ত কৰি দিয়া। সংগ্ৰাম কৰা, আমাক জীয়াই ৰখা কৃষকসকলৰো জী থকাৰ অধিকাৰ আছে। মোৰ সৈতে যোগ দিয়ক আৰু সজাগতা আনো আহক। আমি সকলেৱো একেলগে এইটো কৰো।”

এওঁলোকৰ লগতে ভাৰতীয় আন্দোনলকাৰী কৃষকক সমৰ্থন কৰিছে আন বহু আন্তৰাষ্ট্ৰীয় তাৰকাই। ভাৰতীয় বংশোদ্ভূত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হাৰিছৰ আত্মীয় আইনজীৱী মীনা হাৰিছেও কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে।

হলিউদৰ তাৰকা জন কুছাক, কমেডিয়ান হাছান মীনহাজ আদিয়েও দিল্লী সীমান্ত কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd