DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বেচ্ছাসেৱী সংস্থা মৰ্ণিং ক্লাবৰ উদ্যোগত অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম অঞ্চলৰ ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰণ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 19, 2020 5:26 pm
24.2k
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ চৰকাৰে সমগ্ৰ দেশত চতুৰ্থ পৰ্যায়ৰ ল’কডাউন বলবৎ কৰাৰ লগতে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷

চৰকাৰে জাৰি কৰা সজাগতামূলক নীতি-নিৰ্দেশনাসমূহ ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্ণিং ক্লাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তাৰ অংশ হিচাবে আজি মৰ্ণি ক্লাৱে অসম অৰুণাচল সীমান্তৱৰ্তী   বিহমাৰী, কাজিয়ামাটি, নাহৰজান, ঠাণ্ডাপানী আদি অতি দুৰ্গম অঞ্চলৰ লোকসকলৰ মাজত মাক্স, চাবোন আদি বিতৰণ কৰাৰ লগতে ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া সাবধানতাসমূহ সেই অঞ্চলৰ লোকসকলক অৱগত কৰে।

ক্লাৱটোৰ সদস্য সকলে উক্ত অঞ্চলৰ ৰাইজক সজাগ আৰু সচেতন হৈ থাকি চৰকাৰৰ সৈতে সহযোগিতাৰে আগবাঢ়িলে যে ক’ৰ’না ভাইৰাচৰ পৰা বাচি থাকিব পাৰি সেই কথা সহজ-সৰল ভাষাৰে বুজাই দিয়ে ৷

ৰাইজে মৰ্ণিং ক্লাবৰ এই ইতিবাচক আৰু সময় উপযোগী কৰ্মৰ শলাগ লয়।

ইয়াৰ পূৰ্বেও মৰ্ণিং ক্লাবে অসম অৰুণাচল সীমান্তৱৰ্তী ঠাণ্ডাপানী অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল।

Recent News

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd