• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত চলা ঐক্যবদ্ধ আন্দোলনৰ সুফল! : জেপিচিৰ বৈঠকত কমিটীৰ অধিকাংশ সদস্যৰে বিধেয়কৰ বিৰোধিতা, অকলশৰীয়া শাসকীয় দলৰ সাংসদ

কৃষক মুক্তি, আছুকে ধৰি সকলো দল-সংগঠন আৰু অসমৰ জনগণৰ আন্দোলনৰ সুফল!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2018 8:58 am
A huge rally as a total of 70 indigenous organizations including the Krishak Mukti Sangram Samiti (KMSS) stage a protest rally entitled Sankalp Yatra in the state capital on 16-11-18 protest against Citizenship Amendment Bill 2016. The rally had kick-started on November 12 from various locations of Assam and was scheduled to be uniting in Guwahati on today.pix by UB PHOTOS

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০টা সংগঠনৰ বৃ্হৎ প্ৰতিবাদী সমদল। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ২০ নৱেম্বৰত দিল্লীত অনুষ্ঠিত যুটীয়া সংসদীয় সমিতিৰ বৈঠকত সমিতিৰ অধিকাংশ সদস্যৰ বিধেয়কখনৰ বিৰোধিতাক কৃষক মুক্তি, আছুৰ লগতে অসমৰ জনগণৰ ঐক্যবদ্ধ আন্দোলনৰ প্ৰাথমিক সুফল বুলিব পাৰি।

কমিটীখনত থকা কংগ্ৰেছ, তৃণমূল, বাওঁপন্থী দলৰ সদস্য, সমাজবাদী, বিজু জনতা দল, জনতা দল (য়ু)ৰ সদস্যসকলে বৈঠকত বিধেয়কখনৰ বিৰুদ্ধে স্থিতি লয়। এই দলবোৰৰ সাংসদসকলে বিধেয়কখনে অসমৰ জনগণৰ বাবে কি ধৰণৰ উদ্বেগ কঢ়িয়াই আনিছে আৰু তাৰ ফলত অসমত হৈ থকা আন্দোলন-প্ৰতিবাদ বোৰৰ কথা উল্লেখ কৰে। ফলত কেৱল শাসকীয় দলৰ সাংসদসকল থাকে বিধেয়কখনৰ পক্ষত।

Apply Now

বিৰোধিতা কৰা সাংসদসকলে বিধেয়কখনৰ কেইবাটাও কথাৰ সংশোধন কৰাৰ সপক্ষে মত দিয়ে। ইয়াৰে একাংশ সদস্যই বাংলাদেশক বিধেয়কখনৰ পৰা বাদ দিয়াৰ তেওঁলোকৰ পূৰ্বৰ প্ৰস্তাৱটো দোহাৰে।

আনহাতে অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে কমিটীৰ সদস্যসকলক নিজৰ মত দিবৰ বাবে আহ্বান জনাইছিল যদিও বৈঠকত সেই বিষয়ে কমিটীৰ বহুকেইজন সদস্যই তেওঁলোক অৱগত নহয় বুলিহে কয়। ফলত বৈঠকখনত বিধেয়কৰ বিতং আলোচনা আৰু মত গ্ৰহণ সম্ভৱ নহ’ল। কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই বিতং আলোচনাৰ বাবে অহা ২৭ নৱেম্বৰ দিনটো ধাৰ্য্য কৰিছে। সেই দিনা প্ৰতিজন সদস্যৰে মতামত গ্ৰহণ কৰা হ’ব। উক্ত বৈঠকখনত বিভিন্ন দল-সংগঠনৰ মতবোৰৰ লগতে কমিটীৰ সদস্যসকলে নিজা নিজাকৈ দিয়া প্ৰস্তাৱসমূহৰো আলোচনা হ’ব।

ইয়াৰ পিছতে অহা ৬ ডিচেম্বৰত কমিটীয়ে পুনৰ বৈঠক অনুষ্ঠিত কৰি ইয়াৰ প্ৰতিবেদনত কি কি কথা সন্নিৱিষ্ট কৰা হ’ব সিদ্ধান্ত লোৱা হ’ব।

উল্লেখযোগ্য যে অহা ১১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব।  কমিটীৰ অধ্যক্ষই প্ৰকাশ কৰিছে যে কমিটীয়ে এই শীতকালীন অধিৱেশনতে ইয়াৰ প্ৰতিবেদন দাখিল কৰাটো এক প্ৰকাৰৰ খাটাং।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কৃষক মুক্তিৰ অখিল গগৈৰ নেতৃত্বত বিধেয়কখনৰ বিৰোধিতাত আৰু ইয়াক বাতিলৰ দাবীত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক আন্দোলন গঢ়ি উঠে, যিটো এতিয়াও অব্যাহত আছে। ৰাজ্যৰ প্ৰায় প্ৰতিটো জাতীয়-জনগোষ্ঠীয় সংগঠন এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ ওলাই আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এই সবল আৰু ব্যাপক আন্দোলনক যথেষ্ট গুৰুত্বসহকাৰে প্ৰচাৰ কৰাত গোটেই বিষয়টো দেশৰ মনোযোগৰ কেন্দ্ৰ হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd