• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিজ পুত্ৰক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা; মাতৃক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , May 13, 2020 6:39 pm

1 min read

arrest-750x375-1140x570

প্ৰতিনিধিত্বমূলক ফটো

473
VIEWS
Share on FacebookShare on Twitter

নিজৰ পুত্ৰক হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগত আজি ত্ৰিপুৰাত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় পশ্চিম ত্ৰিপুৰা জিলাৰ বল্লভপুৰ গাঁৱত।

গ্ৰেপ্তাৰ কৰা মহিলা গৰাকীৰ নাম মমতা ভৌমিক, বয়স ৫০ বছৰ।

জিলাখনৰ আমতলি আৰক্ষী খানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধাৰ্থ কৰে জানিবলৈ দিয়া মতে অঞ্চলটোৰ এগৰাকী মহিলাই নিজৰ পুত্ৰক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰা বুলি আৰক্ষীলৈ খবৰ আহিছিল।

পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ল’ৰাজনক উদ্ধাৰ কৰাৰ লগতে মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰে।

আহত ল’ৰাজনৰ নাম পৰানাজি ভৌমিক, তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

স্থানীয় লোকৰ মতে পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰিয়েই এই ঘটনা সংঘটিত হয়। তেওঁলোকৰ মতে যোৱা কেইবাদিন ধৰি ঘৰখনত পাৰিবাৰিক অশান্তিয়ে বিৰাজ কৰি আছিল।

ঘটনা সম্পৰ্কত আমতলি আৰক্ষী থানাত মমতা ভৌমিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd