• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিয়াৰ পাৰ্টিত দৰাক দিলে AK–47 উপহাৰ! ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2020 10:21 am

2 min read

WhatsApp Image 2020-11-28 at 9.44.50 AM
22.5k
VIEWS
Share on FacebookShare on Twitter

চলি আছিল বিয়াৰ পাৰ্টি। সাজি কাছি বহি আছিল নৱ দম্পতি। অভ্যাগতসকলে আহি দৰা-কইনাক দেখা কৰিছে। বিভিন্নজনে আশীৰ্বাদ কৰি হাতত তুলি দিছে উপহাৰ। জনাইছে শুভেচ্ছা।

ইয়াৰ মাজতে হঠাতে দৰাৰ হাতত তুলি দিয়া হ’ল এটা এ কে-৪৭ ৰাইফল। অৱশ্যে সেয়া কাকো মাৰিবলৈ নহয়, বিয়াৰ উপহাৰহে আছিল সেইটো।

দেখাত আচৰিত যেন লাগিলেও এই বাস্তৱ ঘটনাটো ঘটিছে পাকিস্তানত। বৰ্তমান ছচিয়েল মিডিয়াত ইয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ দেখি স্বাভাৱিকতে চকু কপালত উঠিছে দৰ্শকৰ।

জানিব পৰা মতে এইটো পাকিস্তানৰ ভিডিঅ’। ইয়াৰ সঠিক স্থান বা দৰা-কইনাৰ পৰিচয় অৱশ্যে জানিব পৰা হোৱা নাই।

ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে যে হঠাতে এগৰাকী মহিলাই আহি দৰাৰ হাতত এটা এ কে-৪৭ ৰাইফল তুলি দিছে। কিন্তু দৰা বা কইনাই ইয়াত কোনো আশ্চৰ্য প্ৰকাশ কৰা নাই।

ৰাইফলটো হাতত তুলি দি মহিলাগৰাকীয়ে দৰাক মৰমেৰে সাৱটিও ধৰিছে। এই দৃশ্য দেখি বহুতেই মহিলাগৰাকী দৰা-কইনাৰ ঘনিষ্ঠ কোনো আত্মীয় বুলি অনুমান কৰিছে।

একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে মহিলাগৰাকী দৰাৰ শাহুৱেক।

ভিডিঅ’টো পোহৰলৈ অহাৰ পাছতে মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে। ইয়াৰ পাছতে বিভিন্নজনে সৰস মন্তব্য কৰাৰ পৰা আৰম্ভ কৰি কিছুমানে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে সমালোচনাও কৰিছে।

Kalashnikov rifle as a wedding present pic.twitter.com/BTTYng5cQL

— Adeel Ahsan (@syedadeelahsan) November 25, 2020

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd