• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃৰ মমতা! ১১ বছৰীয়া কন্যা কোভিড১৯ত আক্ৰান্ত : চিকিৎসালয়ৰ সন্মুখত বাহৰ পাতিলে মাতৃয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 12:24 pm
index.jpg90

প্ৰতিনিধিত্বমূলক ছবি, উৎস-মাম্ছস্পেছ'

6.3k
VIEWS
Share on FacebookShare on Twitter

১১ বছৰীয়া এটি কন্যা সন্তান কোভিড১৯ আক্ৰান্ত হোৱাৰ পিছত সোমবাৰে চিকিৎসালয়ত ভর্তি কৰা হয়।

নিজ কন্যাক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত মমতাময়ী মাতৃগৰাকীয়ে চিকিৎসালয়ৰ সন্মুখতে বাহৰ পাতে।

স্বাস্থ্য বিভাগৰ কৰ্মীয়ে বহু বুজোৱা পিছতো মাতৃগৰাকী সেই স্থান এৰিবলৈ মান্তি হোৱা নাই।

ঘটনাটো কুৰুক্ষেত্ৰৰ।

কুৰুক্ষেত্ৰৰ ধনানী গাঁৱৰ এগৰাকী কিশোৰীৰ শৰীৰত মাৰাত্মক কোভিড১৯ ধৰা পৰে।

ইয়াৰ পিছত কিশোৰী গৰাকীক অকলে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ মাতৃগৰাকী অমান্তি হয়।

স্বাস্থ্য বিভাগৰ কৰ্মীয়ে মাতৃ গৰাকী বহু বুজোৱাৰ পিছত কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে।

মাতৃ গৰাকীয়ে বাৰে বাৰে নিজ কন্যাৰ ওচৰলৈ যাবলৈ চিকিৎসা কৰ্মীক আব্দাৰক কৰে।

কিন্তু চিকিৎসা কৰ্মীয়ে কোভিড১৯ ৰোগীৰ প্ৰট’কল ৰক্ষা কৰি মাতৃ গৰাকীক বাধা প্ৰদান কৰে।

উল্লেখ্য যে কোভিড১৯ ৰোগীৰ চিকিৎসাৰ প্ৰট’কল অনুসৰি ৰোগীৰ লগত ঘৰৰ কোনো মানুহ থাকিব নোৱাৰে।

ইয়াৰ পিছত দেখা গ’ল মাতৃ গৰাকীয়ে নিজ কন্যাক ভৰ্তি কৰোৱা চিকিৎসালয়খনৰ সন্মুখত বাহৰ পাতিছে।

ইফালে গাইডলাইনছ অনুসৰি কোভিড১৯ৰ সংস্পৰ্শলৈ অহা লোকক স্বাস্থ্য পৰীক্ষাৰ বাবে নমুনা গ্ৰহণ কৰিলেও চিকিৎসালয়ত ভৰ্তি কৰিব নোৱাৰে, হোম-কোৱাৰান্টেইনহে কৰা হয়।

মাতৃ গৰাকীৰ আব্দাৰ প্ৰতি অনুকম্পিত হৈ স্বাস্থ্য বিভাগে কিশোৰী গৰাকীৰ বাবে মাতৃক ঘৰৰ পৰা খাদ্য আনিবলৈ অনুমতি দিয়ে যদিও মাতৃ গৰাকীয়ে সেই প্ৰস্তাৱত সন্মত নহৈ চিকিৎসালয়ৰ সন্মুখতে বহি থাকে।

বাতৰি প্ৰস্তুত কৰা পৰলৈকে মাতৃ গৰাকীয়ে চিকিৎসালয়খনৰ সন্মুখতে বাহৰ পাতি আছে বুলি জানিব পৰা গৈছে।

জিলা স্বাস্থ্য বিষয়া ডাঃ সুখবীৰয়ে মাতৃ গৰাকীক ঘৰৰ খাদ্য যোগান ধৰিবলৈ অনুমতি দিয়াৰ লগতে কিশোৰীগৰাকী লগত এগৰাকী ষ্টাফ নাৰ্ছ প্ৰতি মুহূতৰ্তে থাকিবলৈ নিৰ্দেশ দিছে।

Tags: COVID-19

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd