• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী সমিতিত নাথাকে অধ্যক্ষ মদন প্ৰসাদ বেজবৰুৱা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2019 1:42 pm

1 min read

hqdefault

প্ৰাক্তন প্ৰশাসনিক বিষয়া মদন প্ৰসাদ বেজবৰুৱা। ফটো : ইউটিউব

1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী সমিতিৰ  অধ্যক্ষ মদন প্ৰসাদ বেজবৰুৱাই সমিতিৰ পৰা ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে এক পত্ৰযোগে গৃহ মন্ত্ৰণালয়ক এই কথা জনাইছে।

বেজবৰুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে সমিতিখন গঠনৰ পূৰ্বে সদস্যসকলৰ জনোৱা নহ’ল। যোৱা ৭ জানুৱাৰিত মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি সমিতিখনৰ অধ্যক্ষ হিচাপে মদন প্ৰসাদ বেজবৰুৱাক ৰখা হৈছিল। জানিব পৰা মতে, বেজবৰুৱাই অধিকাংশ সদস্য নাথাকিলে সমিতিৰ অস্তিত্ব নাথাকিব বুলি কাৰণ দৰ্শাই কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে ইতিমধ্যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়া আৰু ৰংবং তেৰাং, শিক্ষাবিদ মুকুন্দ ৰাজবংশীৰ লগতে আছুৰ প্ৰতিনিধিয়ে সমিতিৰ সদস্য পদ প্ৰত্যাখ্যান কৰিছে।

আনহাতে, ‘দ্য ছেন্টিনেল’ কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাইয়ো সমিতিৰ সদস্য হিচাপে থকাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বিৰুদ্ধেও তেওঁৰ স্থিতি স্পষ্ট কৰি দিছে।

ইপিনে, সমিতিৰ আনগৰাকী সদস্য চৰকাৰী প্ৰতিনিধি ড০ ৰমেশ বৰপাত্ৰ গোহাঁই আছে যদিও বাকী আটাইকেইজন সদস্যই সমিতিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰাত স্বাভাৱিকতে সমিতিখন নিষ্ক্রিয় হৈ পৰিল।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd