• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হায়দৰাবাদস্থিত নালছাৰ আইন বিশ্ববিদ্যালয়ত ‘সংসদৰ ৰাজনীতি’ বিষয়ত বক্তৃতা প্ৰদান সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2024 1:40 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ সংসদত প্ৰতিজন সাংসদে শালীনতা আৰু পাৰস্পৰিক সন্মান বজাই ৰখাৰ প্ৰয়োজনীয়তা নিশ্চিত কৰিব লাগে যাতে প্ৰতিজন সদস্যৰ কণ্ঠ  আৰু মতামতৰ বৈচিত্ৰ্য সুৰক্ষিত হয়  আৰু তেওঁলোক উৎসাহিত হয়।” — হায়দৰাবাদৰ  নালছাৰ আইন বিশ্ববিদ্যালয়ত “সংসদৰ ৰাজনীতি” বিষয়ক  বক্তৃতা প্ৰদান কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সংসদৰ গৰিমা আৰু ঐতিহ্য অটুট ৰখাৰ বিভিন্ন দিশ আলোকপাত কৰে ৷ বুধবাৰে আইন বিশ্ববিদ্যালয়খনত “ সংসদৰ ৰাজনীতি” শীৰ্ষক আকৰ্ষণীয় বিষয়টোৰ ওপৰত বক্তৃতা প্ৰদানৰ সময়ত যোৰহাটৰ সাংসদ গৰাকীয়ে  সাংসদৰ দায়বদ্ধতা আৰু সাংসদ সকলে বিভিন্ন বিষয় আৰু দিশৰ প্ৰণালীবদ্ধ অধ্যয়ন- গৱেষণাৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ সাধনৰ লগতে সমাজ তথা দেশৰ সামগ্ৰীক বিকাশ নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগা ভূমিকা উল্লেখ কৰে ৷

দেশৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা গৌৰৱ গগৈয়ে তেওঁৰ বক্তৃতাত জনসাধাৰণৰ অনুভূতিৰ প্ৰতি সংসদৰ সংবেদনশীলতাৰ প্ৰসংগ উল্লেখ কৰি কয় যে জনসাধাৰণৰ অনুভূতিৰ প্ৰতি আমাৰ সংসদ   সংবেদনশীল হ’ব লাগে ৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সাংঘাতিক ৷

নালছাৰ আইন বিশ্ববিদ্যালয়ৰ এই বক্তৃতানুষ্ঠানত উপস্থিত প্ৰতি গৰাকী দৰ্শন শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা সাংসদ গগৈয়ে স্থানীয় চৰকাৰ সমূহক সবলীকৰণ, সংসদীয় পদ্ধতিৰ সংস্কাৰ, বিৰোধীৰ ভূমিকা আৰু আন বহুতো বিষয়ৰ ওপৰতো  উৎসাহী আৰু জিজ্ঞাসাৰে পৰিপূৰ্ণ যুৱ চামৰ  সৈতে মত বিনিময় কৰে ৷ বক্তৃতা আৰু  কথোপকথনত লোকসভাৰ প্ৰাক্তন বিৰোধী উপ দলপতি গৰাকীয়ে  তেওঁ সংসদত লাভ কৰা শিক্ষা তথা অভিজ্ঞতা অতি সংবেদনশীলতাৰে উপস্থাপন কৰে ৷ বিষয়েও তেওঁলোকক অৱগত কৰো। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰি সংসদৰ পৰা পোৱা শিক্ষা আৰু তাৰ বিভিন্ন প্ৰতিফলনে কিদৰে তেওঁক সংসদীয় ব্যৱস্থাৰ প্ৰতি আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ কৰি তুলিছে তাৰো আলোকপাত কৰে ৷ উন্নত নীতি ৰূপায়নৰ বাবে স্থানীয় সংস্থাসমূহক (নগৰ আৰু গ্ৰাম্য) শক্তিশালী কৰি তোলা আৰু অধিকাৰ প্ৰদান  কৰাৰ প্ৰয়োজন বিশদভাৱে ব্যাখ্যা কৰে ৷ সংসদ আৰু বিধানসভাৰ বৈঠকৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আৰু আইনসভাৰ দ্বাৰা   বিষয়বোৰৰ সমাধানৰ পৰিসৰ বৃদ্ধি কৰা, সংসদৰ স্থায়ী সমিতিবোৰক আইন পৰীক্ষা কৰাৰ অনুমতি দিয়াৰ বাবে তেওঁলোকক ক্ষমতা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা, বিভিন্ন সংস্থাক জবাবদিহি কৰা আৰু সংসদলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ  প্ৰদান কৰা ইত্যাদি বিষয়েও সাংসদ গগৈৰ বক্তৃতাত ঠাই পায় ৷ 

Apply Now

সংসদত আটাইতকৈ দীঘলীয়া সেৱা আগবঢ়োৱা সংসদক প্ৰ’টেম  অধ্যক্ষ হিচাপে  নিযুক্তি দিয়াৰ পৰম্পৰাক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সাংসদ গৰাকীয়ে তেওঁৰ অনুভৱ ব্যক্ত কৰে ৷ উন্নত প্ৰশাসন আৰু সেৱা উৎসৰ্গাৰ বাবে  সকলো নিৰ্বাচিত প্ৰতিনিধিক পৰ্যাপ্ত পৰিমাণে উৎস, অধিকাৰ,  সচিবালয় আৰু  গৱেষণা সহায়ক প্ৰদান কৰা, শাসক আৰু বিৰোধী দল দুয়োকে সমান স্থান আৰু গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা ইত্যাদি দিশো বক্তৃতাত বিশ্লেষণ কৰে গৌৰৱ গগৈয়ে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd