• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে সাংসদ কামাখ্যা তাচাৰ কেন্দ্ৰলৈ এক বিশেষ আহ্বান

উত্তম শইকীয়া by উত্তম শইকীয়া
April 28, 2020 12:32 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

ক’ভিদ-১৯ ৰোগ সংক্ৰমন প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ সময়তে সাম্ভাব্য বানপানীৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ পৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাচা। বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে এক বিকল্প পথৰ পৰামৰ্শও দিছে সাংসদ গৰাকীয়ে।

এই উদ্দেশ্যেৰেই সোমবাৰে কাজিৰঙাত উপস্থিত হৈ সাংসদ গৰাকীয়ে আগন্তুক বানপানীৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ল’ব লগীয়া কাৰ্য ব্যৱস্থাৰ প্ৰসংগত তেওঁ উদ্যান কৰ্তৃপক্ষৰ সতে আলোচনাত মিলিত হয়।

সাংসদ গৰাকীৰ মতে জনসাধাৰণৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰো প্ৰয়োজনীয়তা আছে। কাজিৰঙাত যদি জীৱ-জন্তুৰ হানি হয় তেতিয়া আমাৰ দুখ হয় সেয়েহে বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীক কিদৰে সুৰক্ষিত কৰিব পাৰি তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক মই জনাইছো বুলি মন্তব্য কৰে সাংসদ কামাখ্য প্ৰসাদ তাচাই।

সাংসদ তাচাই আৰু  জানিব দিয়া মতে উজনিৰ পৰা অহা গাড়ীবোৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে নানি ডিব্ৰুগডৰ পৰা বগীবিল হৈ আৰু নামনিৰ পৰা যোৱা গাড়ীবোৰ কলিয়াবৰৰ পৰা তেজপুৰহৈ ৫২ নং ৰাষ্ট্ৰীয় পথেৰে চলাবল কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰক।

এই প্ৰসংগত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গভীৰ ভাৱে চিন্তা কৰা বুলিও তেওঁ জনায়।

আগন্তুক বানপানীৰ প্ৰসংগত তেওঁ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে যোৱা যান-বাহনৰ গতি নিয়ন্ত্ৰনত কঠোৰ হ’বৰ বাবে কাজিৰঙা কৰ্তৃপক্ষক আহ্বান জনায়। বানপানীৰ সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথাংশত কৰ্তব্যৰত বনকৰ্মীৰ সুৰক্ষাৰ বাবে পথৰ কাষত অধিক নিৰাপত্তা চকী নিৰ্মানৰ বাবেও তেওঁ পৰামৰ্শ প্ৰদান কৰে।

আলোচনাত পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ পানজিত বসুমতাৰীয়ে কাজিৰঙাৰ এনিমেল কৰিডৰ বোৰত ৩৭ নং ৰাষ্ট্ৰীয় পথত থকা কালভাৰ্টবোৰ শীঘ্ৰেই বহল আৰু ওখ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই সাংসদ কামাখ্যা তাচাই এই সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰি দিবৰ বাবে চিকিৎসক জনক অনুৰোধ কৰাৰ লগতে এই সম্পৰ্কত শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd