• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত হাইলেণ্ড নিৰ্মাণৰ প্ৰসংগত বন বিভাগ, বেচৰকাৰী সংগঠন আৰু সংবাদ কৰ্মীৰে সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ আলোচনা

উত্তম শইকীয়া by উত্তম শইকীয়া
April 27, 2020 9:20 pm
কামাখ্যা প্ৰসাদ তাছা

কামাখ্যা প্ৰসাদ তাছা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সময়ত জীৱ-জন্তু সকলে আশ্ৰয় লৈ থাকিব পৰাকৈ হাইলেন্ড নিৰ্মাণ কৰা প্ৰসংগকলৈ বন বিভাগ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগত আলোচনা কৰাৰ অৰ্থে সোমবাৰ কাজিৰঙাত উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাচা ।

কাজিৰঙাৰৰ কহঁৰাত অৱস্থিত বন বিভাগৰ মহি মিৰি সভাগৃহত অনুষ্ঠিত এই আলোচনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ , বন সংমণ্ডল বিষয়া ৰমেশ গগৈ, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, বনাঞ্চলিক বিষয়া চেলিম আহমেদে, নয়ণ জ্যোতি গগৈ, অনাৰি ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া,  কাজিৰঙাত কাম কৰি থকা আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া , ভূমিকে আদি কৰি কেইবাটাও বেচৰকাৰী স্বেচ্ছাসী সংগঠনৰ প্ৰতিনিধি, কাজিৰঙাৰ সাংবাদিক উপস্থিত থাকে ৷

Apply Now

সাংসদগৰাকীয়ে সকলোৰে লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে নিৰ্মাণ কৰিবলগীয়া হাইলেন্ড, বাট পথকে ধৰি আন আন সমস্যা সম্পৰ্কে আলোচনা কৰে ।

সাংসদগৰাকীয়ে জানিব দিয়া মতে, কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰক কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যানত হাইলেন্ড নিৰ্মাণ কৰা আৰু উজনিৰ পৰা অহা গাড়ীবোৰ ডিব্ৰুগডৰ পৰা বগীবিল হৈ আৰু নামনিৰ পৰা যোৱা গাড়ীবোৰ কলিয়াবৰৰ পৰা তেজপুৰহৈ বিকল্প পথেৰে চলাচল কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনাইছিল।

আলোচনাত কাজিৰঙাৰ জেষ্ঠ সাংবাদিক তথা পৰিবেশ কৰ্মী স্বপন নাথে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ অৰ্থাৎ প্ৰাকৃতিক হাইলেন্ড সুৰক্ষিত কৰি কাৰ্বি ৰাইজক আৰ্থিকভাৱে বন বিভাগৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰিবলৈ সাংসদ তাচাক আহ্বান জনায় আৰু সাংসদজনে কথাটো অতি গুৰুত্ব সহকাৰে লৈ পৰৱৰ্তী সময়ত চৰকাৰ তথা কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ সৈতে আলোচনা কৰিব বুলি কথা দিয়ে ।

আনহাতে, আলোচনাত কালত ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসী সংগঠনৰ প্ৰতিনিধি ড০ বিভব কুমাৰ তালুকদাৰ, ড০ ৰথিন বৰ্মন, ড০ অনুপম শৰ্মা আৰু ৱাইল্ড লাইফ ৱাৰ্ডেন কৌশিক বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেন্ড নিৰ্মাণ কৰিব লগা-নলগা  সম্পৰ্কে চৰকাৰক আহ্বান জনোৱা এখন স্মাৰক পত্ৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাক অৰ্পণ কৰে।

আলোচনাৰ শেষত তেওঁ বন বিষয়া সকলৰ লগতো বিশেষ আলোচনা কৰি পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd