• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 5:59 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লখনৰ নিৰ্ধাৰিত প্ৰস্থানৰ সময় পাৰ হৈ যোৱাৰ পাছতো গাড়ীখন প্লেটফৰ্মত থিয় হৈ আছে। বহু সময় অপেক্ষাৰ অন্তত বিৰক্ত যাত্ৰীসকলে সোধা-পোছা কৰি গম পাই যে ৰেলখনৰ ইঞ্জিন কম্পাৰ্টমেণ্টৰ সন্মুখত এখন প্ৰকৃত আৰম্ভ হৈছে। লোকো পাইলটৰ আসনত বহি আছে এজন অচিনাক্ত ব্যক্তি। ব্যক্তিজনে দাবী কৰে যে তেওঁক ৰেলখন চলাবলৈ দিব লাগে। বুজাই-বঢ়াইয়ো তেওঁক ৰেলৰ পৰা আঁতৰাই পঠিয়াব পৰা নগ’ল। এই ঘটনাই মধ্যপ্ৰদেশৰ গোৱালিয়ৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে যোৱা সোমবাৰে গোৱালিয়ৰৰ পৰা মৰেনাৰ সুমাবলী-সাবলগড়লৈ যোৱা ৰে’লখন গোৱালিয়ৰ ষ্টেচনৰ ৩ নং প্লেটফৰ্মৰ পৰা যাত্ৰা কৰিবলৈ সাজু হৈছিল। সেই সময়ত চালকৰ অনুপস্থিতিত এজন ব্যক্তিয়ে ৰেলৰ যাত্ৰী পাইলটৰ কেবিনত প্ৰৱেশ কৰে। ড্ৰাইভাৰৰ চিটত বহি তেওঁ মনৰ সন্তুষ্টিৰে ট্ৰেইনৰ বিভিন্ন চুইচ টিপিবলৈ ধৰিলে। ৰেল ষ্টাৰ্ট কৰিবলৈ তালৈ অহা লোকো পাইলটজনে এই দৃশ্য দেখি থতমত খালে। মানুহজনক ৰেলৰ পৰা নামিবলৈ অনুৰোধ কৰিলে। কিন্তু মানুহজন কিয় নামিব? তেওঁ স্পষ্টকৈ কৈছিল, “আজি মই ৰে’লখন চলাম”। তেওঁক পতিয়ন নিয়াবৰ বাবে চেষ্টা কৰা পাছতো একোৱেই কামত নাহিল।

Apply Now

ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে ৰে’লখনৰ যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে। বহু যাত্ৰী ভয়তে নামিল ৰেলৰ পৰা। বহুতে ঘটনাৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰিলে। যিটো নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। এনে পৰিস্থিতিত লোকো পাইলটে ৰে’ল আৰক্ষীক খবৰ দিয়ে। দীৰ্ঘসময়ৰ নাটকৰ অন্তত আৰক্ষীয়ে বলপূৰ্বকভাৱে ৰেলৰ পৰা নামিলে। প্ৰথম অৱস্থাত মানুহজনৰ মদ্যপানৰ অৱস্থা বুলি জানিব পৰা গৈছে। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ মদ্যপান কৰিছিল নেকি পৰীক্ষা কৰা হৈছে। তদুপৰি তেওঁ মানসিকভাৱে অসুস্থ নেকি সেই বিষয়েও তদন্ত চলি আছে।

ইফালে এই দীঘলীয়া নাটকৰ বাবেই প্ৰায় ৩০ মিনিটৰ পিছত গোৱালিয়ৰ ষ্টেচনৰ পৰা গন্তব্যস্থানলৈ ৰেলখন ৰাওনা হয়। সমগ্ৰ ঘটনাটোত ৰে’লৱেৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd