• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শগুণ যেতিয়া মৰে বহু ওপৰলৈ যায়, বি জে পিও ধ্বংস হোৱাটো খাটাং — ভৱিষ্যতবাণী কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , February 13, 2021 7:56 pm

1 min read

IMG_20210213_185551
255
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত কংগ্ৰেছৰ অসম বচাও আহক অভিযান আৰম্ভ কৰিলে  কংগ্ৰেছৰ সাংসদ  প্ৰদ্যুৎ বৰদলৈ সহ এটা সঁজাতি দলে।

অভিযানত  দুবছৰৰ পূৰ্বে দেশ কপোৱা বিষাক্ত চুলাই মদ খাই মৃত্যু মুখত পৰা গোলাঘাট শালমৰাৰ ভুক্তভোগী পৰিয়ালৰ খবৰ লয় দলটোৱে ।

ইয়াৰে পিছতে  গোলাঘাট নগৰৰ বাটা পইন্টত ভাষণ ৰাখে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

গোলাঘাট কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি  অসম বচাও আহক অভিযানক গছত গৰু উঠা কথা বুলি মন্তব্য কৰা মন্ত্ৰী অতুল বৰাৰ ওপৰত খৰ্গহস্ত হৈ মন্ত্ৰী জনৰ  নিজৰেই চৰিত্ৰ  নাই বুলি কয় কটাক্ষ কৰে সাংসদ  প্ৰদ্যুৎ বৰদলৈয়ে  ।

নিজৰ চৰিত্ৰ নথকা মানুহ জনৰ গাত কেনেকৈ আঞ্চলিক চাহাবৰ চৰিত্ৰ থাকিব?

লাজ বোলা বস্তুয়েই নাই মন্ত্ৰী অতুল বৰাৰ বুলিও তেওঁ কটাক্ষ কৰে।

তিনি মাহৰ পাছত গম পাব অতুল বৰাই, ভৰিৰ তলৰ মাটি নাইকীয়া হৈ যাব। অসম খন অকল বিজেপিয়ে ধ্বংস কৰা নাই, পাঁচ জনীয়া অগপও আছে বুলি তেওঁ কয়।

গতিকে বোকাখাত  সমষ্টিৰ পৰা আকৌ  অতুল বৰাই জিকিব পাৰিবানে বুলিও প্ৰশ্ন কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

ইফালে ধূতি লুঙি প্ৰসঙ্গ সন্দৰ্ভত কয় যে হিমন্ত বিশ্বই সৰুতে লুঙি পিন্ধি শুইছিল। বদৰুদ্দিনক হিমন্ত বিশ্বইহে হুজুৰ বুলি কয়। শগুন যেতিয়া মৰে বহু ওপৰলৈ যায় বুলি উল্লেখ কৰি  তেওঁ কয় যে এইবাৰ বিজেপি ধ্বংস  হোৱাটো খাটাং।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd