• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভব্য আচৰণ! ‘মিছেছ ৱৰ্ল্ড শ্ৰীলংকা’ ক্যাৰোলিন জুৰিক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 9, 2021 8:55 am

1 min read

Miss world sri lanka

সুন্দীৰ প্ৰতিযোগিতাখনৰ এটি মুহূৰ্ত।

1.4k
VIEWS
Share on FacebookShare on Twitter

‘মিছেছ শ্ৰীলংকা’ খিতাপ অৰ্জন কৰা সুন্দৰী পুষ্পিকা ডি ছিলভাৰ সৈতে অভব্য আচৰণ কৰাৰ বাবে দুবছৰ পূৰ্বৰ বিজয়ী ক্যাৰোলিন জুৰিক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

শ্ৰীলংকাৰ আটাইতকৈ বৃহৎ সুন্দৰী প্ৰতিযোগিতাখনত ২০১৯চনৰ বিজয়ী আছিল ক্যাৰোলিন।

বৃহস্পতিবাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ক্যাৰোলিন জুৰি আৰু ঘটনাৰ সৈতে জড়িত থকা আন এগৰাকী মডেল চোলা পদ্মেন্দ্ৰকো গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে দেওবাৰে পুৰষ্কাৰ বিতৰণী অনুষ্ঠানৰ মঞ্চত ভুক্তভোগী পুষ্পিকা ডি ছিলভাক আঘাত কৰা তথা অপৰাধমূলক আচৰণ অভিযোগ অনা হৈছে।

দেওবাৰে কলম্বোৰ এটা হলত অনুষ্ঠিত ‘মিছেছ শ্ৰীলংকা’ৰ চূড়ান্ত অনুষ্ঠানত পুষ্পিকা ডি ছিলভাক ২০২১চনৰ বিজয়ী ঘোষণা কৰা হয়।

উক্ত ঘোষণাৰ কেইটামান মুহূৰ্তৰ পাছতে ২০১৯চনৰ বিজয়ী ক্যাৰোলিন জুৰিয়ে তেওঁৰ মুকুটটো আজুৰি নিয়ে।

হঠাতে এনেদৰে জোৰকৈ মুকুটটো টানি আজুৰি নিয়াৰ বাবে  পুষ্পিকা ডি ছিলভাই মূৰত আঘাত পাইছিল।

Recent News

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd