• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুত বিজয়ৰ সফলতাৰ আঁৰৰ ধোনী ফেক্টৰ! জয়ৰ কৌশলত ‘কেপ্তেইন কুল’ৰ ছাঁ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:24 am
127
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ ৰাজনৈতিক মানচিত্ৰ সলনি হৈছে। তাত হালধীয়া ৰঙৰ প্ৰাদুৰ্ভাৱ। বহুতে বিশ্বাস কৰে যে সাধাৰণতে চেন্নাই ছুপাৰ কিংছৰ সৈতে জড়িত হালধীয়া ঢৌ এতিয়া ৰাজনৈতিক ক্ষেত্ৰতো প্ৰতিফলিত হৈছে। বহুতে থালাপতি বিজয়ৰ ৰাজনৈতিক অভিষেকক ‘চিনেমাৰ ব্লকবাষ্টাৰ’ৰ দৰে সফলতা বুলি অভিহিত কৰিছে।

অৱশ্যে তেওঁৰ সমৰ্থকৰ এটা অংশই দাবী কৰে যে এই জয়ৰ আঁৰত ‘কেপ্তেইন কুল’ৰ সুলভ কৌশল।

Apply Now

যোৱা বছৰ টিভিকেত যোগদান কৰাৰ পিছত ৰাজনৈতিক কৌশলবিদ প্ৰশান্ত কিশোৰে কয়, “মই তামিলনাডুৰ আটাইতকৈ জনপ্ৰিয় বিহাৰী হ’ব বিচাৰো। তাৰ বাবে মই চিএছকেক জয়ী কৰোৱা ধোনিৰ দৰে হ’ব লাগিব। মই আপোনালোকৰ নেতাৰ নেতৃত্বত টিভিকেক জিকাম।”

ধোনিৰ নাম উত্থাপন কৰি কিশোৰে এটা স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছিল, ৰাজনৈতিক মহলে বিশ্বাস কৰে যে তেওঁ তামিলনাডুৰ ক্ৰিকেটপ্ৰেমী জনসাধাৰণকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

টিভিকেৰ নিৰ্বাচনী প্ৰতীক আছিল ‘হুইচেল’, যিটো চিএছকে সমৰ্থকসকলৰ বাবে অতি চিনাকি। চি এছ কেৰ গীত হৈছে হুইচেল পৰু। গোটেই নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত টিভিকেৰ ৰেলী চিপকোৰ গেলেৰীত চিএছকে সমৰ্থকসকলৰ আনন্দৰ ৰাজনৈতিক সংস্কৰণ হৈ পৰিছিল।

এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰা বহু যুৱকে থালাপতি বিজয়ক সমৰ্থন কৰিছে। একেদৰে আই পি এলতো তেওঁলোকৰ সমৰ্থন মহেন্দ্ৰ সিং ধোনিৰ প্ৰতি।

নিৰ্বাচনৰ অন্তিম পৰ্যায়ত যেতিয়া টিভিকে ১০০ ৰান অতিক্ৰম কৰিছিল, তেতিয়া বহুতে বিজয়ৰ ‘ফিনিচিং’ আৰু ফিনিছাৰ ধোনিৰ মাজত সাদৃশ্য বিচাৰি পাইছিল। “ধোনী ফেক্টৰ”ৰ মাজতে আছে এক প্ৰকাৰৰ প্ৰত্যাহ্বান। ১০৮খন আসন লাভ কৰাৰ পিছতো চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৮খন আসনৰ যাদুকৰী সংখ্যাত পিছ পৰি আছে টিভিকে। ফলত ৰাজ্যৰ ৰাজনীতি এতিয়া এক প্ৰকাৰৰ ‘ছুপাৰ অভাৰ’ পৰিস্থিতিৰ দিশে আগবাঢ়িছে, য’ত ক্ষমতাৰ চাবিকাঠি মিত্ৰতা আৰু আপোচৰ ওপৰত নিৰ্ভৰশীল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd