• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভালকৈয়ে খেতিত ধৰিছে ধোনীয়ে; অকল ষ্ট্ৰবেৰী বিক্ৰী কৰিয়েই পালে ৩০ লাখ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 9, 2021 9:49 am

1 min read

Dhoni in his Farm

কৃষি পামত ব্যস্ত ধোনী।

1.7k
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া ভালকৈয়ে খেতিত ধৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।

ধোনীৰ পামত এতিয়া শাক-পাচলিৰ লগতে ফলৰ খেতিও কৰা দেখা গৈছে।

ৰাঁচীত শাক-পাচলিৰ লগতে ফলৰ প্ৰচুৰ চাহিদা থকালৈ চাই ধোনীয়ে সম্পূৰ্ণ মনযোগেৰে কৃষিকাৰ্যত নামি পৰিছে আৰু সফলতাও লাভ কৰিছে।

এইবছৰ ধোনীৰ কৃষি পামত ১০টন ষ্ট্ৰবেৰী উৎপাদন হৈছে। ধোনীয়ে এই ষ্ট্ৰবেৰী বিক্ৰী কৰি প্ৰায় ৩০লাখ টকা আয় কৰা বুলি বাতৰি ওলাইছে।

কিন্তু অকল ষ্ট্ৰবেৰীয়েই নহয়, ধোনীৰ কৃষি পামত তৰমুজ আৰু ফলৰো খেতি কৰা হৈছে। প্ৰতিদিনে ৩০০কিলোগ্ৰাম তৰমুজ বজাৰত উলিয়াই দিয়া হৈছে বুলি কোৱা হৈছে।

৪৩একৰ ভূমিৰ বিশাল পামখনত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিত শাক-পাচলি আৰু ফলৰ খেতি কৰিছে ধোনীয়ে।

ধোনীয়ে তেওঁৰ পামৰ এক একৰ মাটিত কেপছিকামৰ খেতিও কৰিছে। ধোনীৰ পামৰ উৎপাদিত সামগ্ৰীৰ বজাৰত চাহিদাও সুকীয়া।

জানিব পৰা মতে, ধোনীৰ পামৰ পাচলি বজাৰ পোৱাৰ লগে লগেই সাং হৈ যায়। কেবল তৰমুজ বা ষ্ট্ৰবেৰীয়েই নহয়, পূৰ্বে ধোনীৰ পামৰ বন্ধাকবি, বিলাহী, আলু, পিঁয়াজ, ব্ৰকলি, কোমোৰা, কঁঠাল, অমিতাও বজাৰত প্ৰচুৰ বিক্ৰী হৈছে।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ ধোনীয়ে অচিৰেই শ্ৰেষ্ঠ কৃষকৰ পুৰষ্কাৰো লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে।

Recent News

Golaghat vaccine crisis

কাণসাৰ নাই স্বাস্থ্য বিভাগৰ! গোলাঘাটত ক’ভিড ভেকচিনৰ নাটনিয়ে বিমুখ কৰিছে ৰাইজক

pakistan-blast

লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত! পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত

Covid death from Bokakhat

কৰ’না আক্ৰান্ত হৈ আহমেদাবাদত মৃত্যু বোকাখাতৰ ব্যক্তিৰ; দুৰ্ভগীয়া পৰিয়ালটোত হাহাকাৰ

660x330-dead-body-management

কৰ’নাত বিপৰ্যস্ত দেশ! যোৱা ২৪ ঘন্টাত আক্ৰান্ত ৩ লাখ ১৪ হাজাৰ; ২হাজাৰ ১০৪ জনৰ মৃত্যু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd