• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বি চি চি আইত অভিযোগ : পিছৰ খেলৰ বাবে গুৱাহাটীক নিৰ্বাচনৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব নেকি ধোনিৰ অভিযোগে?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2018 1:10 pm
Dhoni

গুৱাহাটীত মহেন্দ্ৰ সিং ধোনি।

1.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ২১ অক্তোবৰত অনুষ্ঠিত হ’ব লগীয়া এদিনীয়াখনৰ বাবে অসমৰ ক্ৰিকেট অনুৰাগী উৎকণ্ঠাৰে ৰৈ থকাৰ সময়তে তাৰকা খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ আচৰণে ক্ষুব্ধ কৰিছে বহুতক। ক্ৰিকেটাৰজনক চাবলৈ ষ্টেডিয়ামৰ বাহিৰত ভিৰ কৰা অনুৰাগী দৰ্শককো সহ্য নহ’ল তাৰকা ক্ৰিকেটাজনৰ।

অনুশীলনৰ সময়ত অনুৰাগীৰ ভিৰ আৰু নিৰাপত্তাৰ দায়িত্ব থকা আৰক্ষী জোৱানৰ তেওঁৰ লগত ফটো উঠাৰ প্ৰয়াসক লৈ অসন্তুষ্ট ধোনিয়ে বি চি চি আইত এই সন্দৰ্ভত ওজৰ দিয়া বুলি জানিব পৰা গৈছে।

স্বাভাৱিকতে ইয়াক লৈ ক্ষুব্ধ হৈ পৰিছে অসমৰ ক্ৰিকেটপ্ৰেমী আৰু ৰাইজ। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতৰ লগতে অসমতো ধোনিৰ বহুতো অনুৰাগী আছে। তাৰকা খেলুৱৈজনৰ মহানগৰখনত উপস্থিতিয়ে তেওঁলোকক বিৰল সুযোগ দিছে ওচৰৰ পৰা নিজৰ নায়কজনক দেখা কৰাৰ। সেয়ে অনুশীলন চলাই থকা বুলি জানিব পাৰি বহু সংখ্যক অনুৰাগীয়ে তেওঁক ১৮ অক্তোবৰত ওচৰৰ পৰা চাবলৈ যায়। ষ্টেডিয়ামৰ লোহাৰ ৰেলিঙৰ বাহিৰৰ পৰাই এইসকলে ধোনিৰ অনুশীলন চাই নিজকে পৰিতৃপ্ত কৰে। বহুতে তেওঁৰ পিঠিটোহে ভালকৈ দেখা পায়।

আনহাতে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়েও নিজৰ উৎসাহ দমন কৰিব নোৱাৰি তাৰে দুই-এজনে ফটো উঠাৰ বাবে অনুৰোধ কৰে।

ইয়াতে ক্ষুব্ধ হৈ বি চি চি আইলৈ ১৮ অক্তোবৰৰ সন্ধিয়া অভিযোগ প্ৰেৰণ কৰিছে ধোনিয়ে।

মন কৰিব লগীয়া কথাটো হ’ল খেলুৱৈৰ যিকোনো অভিযোগে বি চি চি আইক পৰৱৰ্তী খেলৰ বাবে গুৱাহাটীক বাছি লোৱাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাৱ পাৰে। আনহাতে ধোনি, কোহলি আদিক লৈ দেশৰ আন আন অংশতো একে ধৰণৰ উৎসাহ দেখা যায় লগতে সমৰ্থকৰ ভিৰো দেখা যায়। কিন্তু এইদৰে অনুৰাগীৰ আতিশয্য বুলি অভিযোগ কৰা শুনা পোৱা নাযায়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd