• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত অসহায় মুগা পালক : প্ৰশিক্ষণতে দায়িত্ব সামৰিছে ৰেচম বিভাগে

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 6, 2019 6:12 pm
Screenshot_2019-06-06-14-46-25-132_com.mxtech.videoplayer.ad

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰ জিলাত মুগা উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ক্ষুদ্ৰ মুগা পালক সকলে থমকি ৰব লগা পৰিৱেশ সৃষ্টি হৈছে। চৰকাৰ তথা ৰেচম বিভাগৰ অমনোযোগিতা, অদূৰদৰ্শিতাৰ বাবেই আজিও বহু মুগা পালকে হাহাকাৰ কৰিব লগা হৈছে।

জিলাখনৰ কৃষ্ণাইৰ কাষৰীয়া জিৰা গাঁৱৰ অৰ্জুন  ৰাভা আৰু সুলেখা ৰাভাই বিগত কুৰি বছৰে ৰাইজৰ চোম বাগান এখন ভাড়াত লৈ মুগা পালন কৰি আহিছে যদিও শেহতীয়াকৈ এই দুই কৃষকে হতাশাত ভোগা দেখা গৈছে ৷ ৰাজ্যৰ অৰ্থনীতিত প্ৰচুৰ সম্ভাৱনা থকা মুগা পালক সকলৰ প্ৰতি চৰকাৰ তথা বিয়াগোম ৰেচম বিভাগৰ নাই কোনো দায়িত্ব, সহায় সাহায্যৰ ক্ষেত্ৰতো নাই কোনো ব্যৱস্থা।

Apply Now
Screenshot_2019-06-06-14-45-21-689_com.mxtech.videoplayer.ad
ফটো : নৰ্থইষ্ট নাও

ৰাজ সাহায্যৰ অবিহনেই অৰ্জুন আৰু সুলেখাই মুগা উৎপাদনৰ কাম কৰি গৈছে। চৰকাৰ তথা ৰেচম বিভাগে কিছুপৰিমাণে সহায় কৰা হ’লে তেওঁলোকে যথেষ্ট পৰিমানৰ মুগা উৎপাদন কৰিবলৈ সক্ষম হ’লহেঁতেন ৷

স্থানীয় যুৱক মাধৱ ৰাভাই আক্ষেপেৰে কয় যে  বিভাগটোৱে এই ক্ষুদ্ৰ মুগা পালক সকলক উৎসাহিত কৰিব পৰাকৈ আজিলৈকে কোনো ব্যৱস্থা নকৰিলে। মাথোঁ প্ৰশিক্ষণ দিয়ে দায়িত্ব সামৰিল। নিজৰ গাঁঠিৰ ধনৰে মুগা পালন আৰম্ভ এই দুই যুৱকক সামান্য সাহায্য প্ৰদান কৰা হ’লে আৰু বহুদূৰ আগুৱাই যাব পাৰিলেহেঁতেন।

ইপিনে, বাগান সমূহৰ আন্তঃগাঁথনিৰ কাৰনেও নাই কোনো ব্যৱস্থা। নেটৰ অভাৱত মুগা পলু সমূহ চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। তদুপৰি, বতাহ বৰষুণৰ বাবে যথেষ্ট ক্ষতিসাধনৰ সন্মুখীন হৈছে কৃষক সকল ৷

চৰকাৰে চোম বাগান সমূহৰ আন্তঃগাঁথনি উন্নত কৰিলে কৃষক সকলে ভৱা ধৰণে মুগা উৎপাদন কৰিবলৈ সক্ষম হ’ব ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd