• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী হে তু মুমকিন হে! দেশৰ ধনীতম ব্যক্তিৰ তালিকাত অভাৱনীয় উত্থান গৌতম আদানিৰ; অক্ষুন্ন মুকেশ আম্বানিৰ স্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2021 10:28 am
1_212
241
VIEWS
Share on FacebookShare on Twitter

Gautam Adani’s growth: দেশৰ ধনীতম ব্যক্তিৰ শীৰ্ষস্থান অক্ষুন্ন আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ চেয়াৰমেন মুকেশ আম্বানিৰ। ‘আইআইএফএল ৱেলথ হু ৰাণ ইণ্ডিয়া’ত প্ৰকাশ পোৱা ভাৰতৰ ১০গৰাকী শীৰ্ষ ধনকুবেৰৰ তালিকাত প্ৰথম স্থানতে আছে মুকেশ আম্বানি।

কিন্তু এই তালিকাৰ দ্বিতীয় স্থানত থকা গৌতম আদানিৰ উত্থান অপ্ৰতিৰোধ্য হৈ ধৰা দিছে। ২০০১ চনৰ তেওঁৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে ২৬১শতাংশ।

দেশৰ ধনীতম ব্যক্তিৰ তালিকাত গৌতম আদানিৰ উত্থানে পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিছে।

এই তালিকাত তৃতীয় স্থানত আছে এইচিএলৰ মুৰব্বী শিব নাদাৰ। তেওঁৰ সম্পত্তি বৃদ্ধি পাইছে ৬৭শতাংশ।

এইবাৰকে ধৰি একেৰাহে দহ বছৰ ধৰি দেশৰ ধনীতম ব্যক্তিৰ তালিকাৰ শীৰ্ষস্থান অক্ষত ৰাখিলে মুকেশ আম্বানিয়ে।

শেহতীয়া তালিকা মতে আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৭লাখ ১৮হাজাৰ কোটি টকা। চলিত বছৰত তেওঁৰ সম্পত্তিৰ পৰিমান বাঢ়িছে ৯শতাংশ।

ইপিনে, মুকেশ আম্বানিৰ সম্পত্তি ৯শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে আদানিৰ সম্পত্তি এই বছৰৰ হিচাপত ২৬১শতাংশ বৃদ্ধি পাইছে।

আৰু পঢ়ক: যান-বাহনৰ নথি, ড্ৰাইভিং লাইচেন্সৰ ম্যাদ বৃদ্ধি কৰিলে কেন্দ্ৰই; চাওক অন্তিম তাৰিখ কিমান?

আদানিৰ সংস্থাৰ বজাৰ মূলধনৰ পৰিমান ৯লাখ কোটি টকা। পৰিসংখ্যাৰ ফালৰ পৰা তেওঁ ১লাখ কোটি টকাৰ পাঁচটা সংস্থাৰ গৰাকী।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহত ফ’ৰ্বছ আলোচনীত প্ৰকাশিত তালিকাতো একেধৰণে আম্বানি আৰু আদানিয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছিল।

এইবাৰ হু ৰাণ ইণ্ডিয়াৰ তালিকাতো অব্যাহত থাকিল সেই স্থান। কিন্তু তাৰমাজতো আদানিৰ সম্পত্তিৰ পৰিমান বৃদ্ধিৰ হাৰ সঁচাকৈয়ে চকু কপালত তুলিবলগীয়া।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আদানিৰ চমকপ্ৰদ উত্থান সকলোৰে জ্ঞাত। দেশৰ সম্পদৰ ওপৰত আদানিৰ আধিপত্য ক্ৰমে বৃদ্ধি পোৱাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ সুদৃষ্টি অৱশ্যেই বিশেষ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd