• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত আছে মুঠ ১৩৮ গৰাকী আৰবপতি; সবাটোকৈ ধনী মুকেশ আম্বানী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 11:19 am
20200224256L_1582728907638_1582728951884

মুকেশ আম্বানী। ফটো : এ এন আই

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্থিক মন্দাৱস্থাই কোঙা কৰিলেও ২০১৯ চনত ভাৰতত আৰবপতিৰ সংখ্যা প্ৰতি মাহত তিনিজনকৈ বৃদ্ধি পাই মুঠ সংখ্যা হৈছেগৈ ১৩৮। আৰবপতিৰ সংখ্যাৰ তালিকাত চীন আৰু আমেৰিকাৰ পিছতে ভাৰত তৃতীয় স্থানত।

ভাৰতৰ সৰ্বাধিক ধনী ব্যক্তিগৰাকী হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানী। তেওঁৰ সৰ্বমুঠ সম্পত্তি হৈছে ৬৭ আৰব ডলাৰ। বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তিৰ তালিকাত আম্বানীৰ স্থান নৱম।

Apply Now

যদি বিদেশত থকা ভাৰতীয় মূলৰ ব্যৱসায়ীসকলক অন্তৰ্ভুক্ত কৰা হয় তেন্তে আৰবপতিৰ তালিকাত ভাৰতৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি পাব।

হুৰুন গ্ল’বেল ৰিচ্চ লিষ্ট ২০২০ (Hurun Global Rich List 2020) অনুসৰি ৭৯৯ গৰাকী আৰবপতিৰে চীন তালিকাৰ এক নম্বৰত আৰু ৬২৬ গৰাকী আৰবপতিৰে তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকা।

এক আৰব ডলাৰতকৈ অধিক সম্পত্তিৰ ব্যক্তিসকলক লৈ এই তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশিত তালিকা অনুসৰি বিশ্বত মুঠ আৰবপতিৰ সংখ্যা হৈছে ২,৮১৭ গৰাকী।

বিশ্বৰ সবাটোকৈ ধনী ব্যক্তিগৰাকী হৈছে এমাজন ডট কমৰ মুৰব্বী জেফ বেজোছ। তেওঁৰ সৰ্বমুঠ সম্পত্তি হৈছে ১৪০ আৰব ডলাৰ।

১০৭ আৰব ডলাৰেৰ তালিকাৰ দ্বিতীয় স্থানত এল এম বি এছৰ বৰ্ণাৰ্ড আৰনল্ট আৰু ১০৬ আৰব ডলাৰৰ সৈতে তৃতীয় স্থানত আছে মাইক্ৰ’ছফ্টৰ বিল গেটছ।

নতুনকৈ এই তালিকাত ৪৮০ গৰাকী আৰবপতি অন্তৰ্ভুক্ত হৈছে।

ভাৰতৰ ১৩৮ গৰাকীৰ ভিতৰত মুম্বাইত সৰ্বাধিক ৫০ গৰাকী, ৩০ গৰাকী দিল্লীত, ১৭ গৰাকী বেংগালুৰু আৰু ১২ গৰাকী আছে আহমদাবাদত।

আম্বানীৰ পিছতেই ২৭ আৰব ডলাৰৰ সৈতে ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত আছে এছ পি হিন্দুজাৰ পৰিয়াল। ১৭ আৰব ডলাৰৰ সৈতে তৃতীয় স্থানত আছে গৌতম আদানী।

আনহাতে কোটক বেংকৰ উদয় কোটকৰ মুঠ সম্পত্তি ১৫ আৰব ডলাৰ আৰু তেওঁ ভাৰতৰ ৬ নম্বৰ ধনী ব্যক্তি।

উল্লেখ্য যে সম্পূৰ্ণ নিজা প্ৰয়াসেৰে বিশ্বৰ এক নম্বৰ বেংকাৰ হোৱা ব্যক্তিজনেই হৈছে উদয় কোটক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd