• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰী সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত! ৫০০বাংলাদেশী যুৱতীৰ সন্ধান লাভ মুম্বাই আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2020 11:31 am
Sex-Racket

প্ৰতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলপূৰ্বক লৈ আনি তেওঁলোকক যৌনকৰ্মী হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। আনকি ড্ৰাগছ সৰবৰাহৰ কামতো তেওঁলোকক লগোৱাৰ অভিযোগ উঠিছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে ২০জন লোকক আটক কৰে।

Apply Now

বাংলাদেশৰ পৰা প্ৰায় ৫০০যুৱতীক ভাৰতলৈ আনি এই কামত লগোৱা হৈছিল। এক সক্ৰিয় নাৰী সৰবৰাহকাৰী তথা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ জৰিয়তে তেওঁলোকক গুজৰাট আৰু মুম্বাইলৈ পঠিওৱা হৈছিল।

বিগত বহুকেইবছৰ ধৰি তাত তেওঁলোকক এই কামত ব্যৱহাৰ কৰি অহা হৈছে।

বাতৰি অনুসৰি, ইন্দোৰ আৰক্ষীৰ মহা পৰিদৰ্শক এইচ এন মিশ্ৰই জনায় যে ধৃত ২০জন লোকৰ বিৰুদ্ধে নাৰী সৰবৰাহ তথা ড্ৰাগছ সৰবৰাহ বিৰোধী আইনত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ মাজত কেইজনমান এজেন্টো আছে।

তেওঁলোকে ভাৰত-বাংলাদেশ সীমান্তত এই নেটৱৰ্ক গঢ়ি তুলিছে। তেওঁলোকে অবৈধভাৱে সীমান্তৰ সিপাৰৰ পৰা যুৱতী আনি ইয়াত বিক্ৰী কৰি দিয়ে।

তদুপৰি, তেওঁলোকে দৰিদ্ৰ পৰিয়ালৰ যুৱতীসকলৰ ওপৰত চকু ৰাখে। সুবিধা বুজি তেওঁলোকক কামৰ প্ৰলোভন দি সীমান্তৰ ইপাৰলৈ অনা হয়। তাৰ পাছত বলপূৰ্বক যৌনকৰ্মী হিচাপে তথা ড্ৰাগছ সৰবৰাহৰ কামত নিয়োগ কৰে।

বাতৰি মতে, মুম্বাই আৰু চুৰাটৰ দুজন সৰবৰাহকাৰী সাগৰ জৈন আৰু ধৰ্মেন্দ্ৰ জৈনে তেওঁলোকক এই কাৰ্যত লিপ্ত কৰোৱাইছিল। আনহাতে, আৰুজ চৈয়দ টিটু গাজি নামৰ লোক দুজনে এজেন্ট হিচাপে কাম কৰিছিল।

তেওঁলোক সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াত বাবু ভাই নামৰ এজন লোকৰ নামো ওলাইছে যি এই গোটেই কাণ্ডৰ মূল ব্যক্তি। যুৱতীসকলৰ পৰা তেওঁৰ নাম জানিব পৰা গৈছে।

এই ঘটনাক লৈ বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰা হৈছে। তদন্তকাৰী গোটৰ এজন বিষয়াই জানিবলৈ দিয়ে যে যোৱা ২১ ছেপ্টেম্বৰত দুগৰাকী যুৱতীয়ে মুম্বাইৰ বিজয় নগৰ থানাত অভিযোগ দাখিল কৰে।

অভিযোগ অনুসৰি তেওঁলোকক মডেলিঙৰ প্ৰলোভন দেখুৱাই এটা ঘৰত আৱদ্ধ কৰি ৰাখি বলপূৰ্বক পতিতাবৃত্তিত লিপ্ত কৰা হৈছিল। কোনোমতে তেওঁলোকে পলাই আহিবলৈ সক্ষম হোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

তেওঁলোকে জানিবলৈ দিয়া মতে এতিয়াও ছয়গৰাকী যুৱতীক আৱদ্ধ কৰি ৰখা হৈছে।

বাতৰি অনুসৰি,  বাবু ভাই নামৰ লোকজনে প্ৰতিগৰাকী যুৱতীৰ পৰিয়ালক ৭৫হাজাৰ টকাৰ পৰা ১লাখ টকা পৰ্যন্ত দিয়াৰ কথা প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd