• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাল টি আৰ পিৰ গোচৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক প্ৰশ্ন কৰিব মুম্বাই আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 8, 2020 9:47 pm

1 min read

জাল টি আৰ পিৰ গোচৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক প্ৰশ্ন কৰিব মুম্বাই আৰক্ষীয়ে
276
VIEWS
Share on FacebookShare on Twitter

ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক অৰ্ণৱ গোস্বামীক শীঘ্ৰে মুম্বাই আৰক্ষীয়ে জাল টি আৰ পিৰ গোচৰত প্ৰশ্ন কৰিব বুলি পৰম বীৰ সিঙে কয়।

বৃহস্পতিবাৰে মুম্বাইত এখন সাংবাদমেল সম্বোধন কৰি সিঙে কয় যে, ৰিপাব্লিক মিডিয়াৰ ৰিপাব্লিক ভাৰতৰ বিগত সময়ছোৱাত টি আৰ পি আচৰিত ধৰণে বৃদ্ধি পাইছে যিটো সন্দেহজনক।

ভাৰতৰ টেলিভিশ্যন চেনেল সমূহক টি আৰ পি ৰেটিংছ দিয়া বাৰ্কে( বি এ আৰ চি) ইয়াৰ পূৰ্বেও ৰিপাব্লিক টিভিয়ে টি আৰ পি পদ্ধতিটোক বিকৃত কৰাৰ সন্দেহ ব্যক্ত কৰিছিল।

মুম্বাই আৰক্ষীৰ সঞ্চালক গৰাকীয়ে ৰিপাব্লিক টিভিয়ে টি আৰ পিৰ তথ্য বিকৃত কৰাৰ বুলি বাৰ্কে তেওঁলোকক অভিযোগ কৰা বুলি উল্লেখ কৰে।

‘‘আমি সন্দেহ প্ৰকাশ কৰিছো যে যদি এয়া মুম্বাইত সম্ভৱ হয় তেন্তে দেশৰ অন্য প্ৰান্তত এনে হ’ব পাৰে,’’ সিঙে লগতে কয়।

‘‘ৰিপাব্লিক টিভিৰ সঞ্চালক, প্ৰচাৰকক আৰক্ষী থানালৈ মতা হ’ব আৰু এই সম্বন্ধে প্ৰশ্ন কৰা হ’ব,’’ পৰম বীৰ সিঙে পুনৰ কয়।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd