• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৃশংস, বৰ্বৰ! ১৩ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ; চকু কাঢ়ি, জিভা কাটি হত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 16, 2020 9:01 am

2 min read

rape-image-711x375

প্ৰতিনিধিত্বমূলক ফটো।

601
VIEWS
Share on FacebookShare on Twitter

ইয়াতকৈ মানৱতাক ভূলুণ্ঠিত কৰিব পৰা ঘটনা আৰু কি হ’ব পাৰে। উত্তৰ-প্ৰদেশৰ লখিমপুৰ খিৰি সংঘটিত হৈছে এক নৃশংস, বৰ্বৰ ঘটনা।

এগৰাকী ১৩ বছৰীয়া দলিত নাবালিকাক দুজন বৰ্বৰ যুৱকে ধৰ্ষণ কৰাই নহয়, লগতে তেওঁৰ চকু কাঢ়ি, জিভা কাটি দিয়াৰ পাছত ডিঙিত ফাঁচ লগাই খেতিপথাৰত পেলাই থৈ যায়।

ইছানগৰ থানাৰ অন্তৰ্গত অঞ্চলত বাস কৰা নাবালিকাগৰাকী শুকুৰবাৰে আবেলি যি ঘৰৰপৰা ওলাই গৈছিল, তাৰ পাছত আৰু উভতি নাহিল।

পৰিয়ালৰ লোকে বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত নাবালিকাগৰাকীক সন্ধান কৰে। পাছত নাবালিকাগৰাকী বিচাৰি নোপোৱাত আৰক্ষীক খৱৰ দিয়ে।

অৱশেষত কুঁহিয়াৰ খেতিৰ মাজত শনিবাৰে নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাত দলবদ্ধ ধৰ্ষণৰ কথা পোহৰলৈ আহিছে।

আৰক্ষীয়ে হত্যাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ঘটনা অনুসৰি, লখিমপুৰ খিৰিৰ ইছানগৰ থানাৰ অধীনৰ পকৰিয়া গাঁৱৰ ১৩ বছৰীয়া নাবালিকাগৰাকীয়ে ঘৰৰ পৰা শৌচ কৰিবলৈ খেতি পথাৰলৈ গৈছিল।

তেতিয়াই গাঁৱৰে দুজন যুৱকে নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে। হত্যা কৰাৰ পূৰ্বে নাবালিকাগৰাকীৰ চকু কঢ়াৰ লগতে জিভা কাটি দিয়া হয় আৰু ডিঙিত ফাঁচ লগাই পাছত খেতিপথাৰত পেলাই থৈ যায়।

পৰিয়ালৰ লোকে গাঁৱৰে যুৱক সন্তোষ যাদব আৰু সঞ্জয় গৌতমৰ বিৰুদ্ধে ছোৱালীজনীক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগ দিয়ে।

আৰক্ষীয়ে পৰিয়ালৰৰ লোকৰ ভাষ্য আৰু ঘটনাক্ৰমৰ আধাৰত যুৱক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

Recent News

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd