• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন : হিন্দু লোকৰ নশ্বৰ দেহ শ্মশানলৈ কান্ধত কঢ়িয়াই নিলে মুছলমান লোকে

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 20, 2019 6:47 am
IMG-20190119-WA0021

সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰি শিৱসাগৰত মুছলমান লোকে হিন্দু লোকৰ মৃতদেহ কঢ়িয়াবলৈ সাজিছে চাঙী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ চহৰৰ ঐতিহাসিক দৰবাৰ ৰোডৰ ইছলাম ধৰ্মাৱলম্বী লোকে শনিবাৰে এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকৰ মৃতদেহ সৎকাৰ কৰি সম্প্ৰীতিৰ এক নিৰ্দশন দাঙি ধৰে।

শনিবাৰে আবেলি প্ৰায় ৪ বজাত নিজৰ জী-জোঁৱাইৰ ঘৰৰ সমীপত বাস কৰা নবীন চন্দ্ৰ ভট্টাচাৰ্য নামৰ লোকজনৰ মৃত্য হৈছিল এটা আৱাস গৃহত। তেখেতৰ প্ৰকৃত ঘৰ আছিল নামতি ৰে’ল ষ্টেচনৰ সমীপত।নবীন চন্দ্ৰ ভট্টাচাৰ্যই ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী আছিল আৰু তেওঁৰ পত্নী নাগালেণ্ডৰ সমবায় বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া আছিল।

Apply Now

ভট্টাচাৰ্য দম্পতিৰ দুই পুত্ৰ কৰ্মসুত্ৰে  বাহিৰত অছিল  আৰু তেওঁলোকৰ একমাত্ৰ কন্যা স্বপ্নালী ভট্টাচাৰ্য যোৱা ডেৰ দশকৰ পূৰ্বে দৰবাৰ ৰোডৰ এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ সন্তান ইকবাল জাহিৰ উৰফে ইকুৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

জানিব পৰা মতে, বিবাহৰ সময়ৰ পৰা আজিলৈকে দুয়োটা পৰিয়ালৰ মাজত কোনো বিভেদ নাছিল। পুত্ৰ কৰ্মসুত্ৰে দূৰত থকাৰ বাবে নবীন চন্দ্ৰ ভট্টাচাৰ্য আৰু তেওঁৰ পত্নীক জোৱায়েক ইকবালে নিজৰ ঘৰলৈ লৈ আহে আৰু দুয়োকে নিজৰ ঘৰৰ পিছফালে আন এটা সুকীয়া ঘৰত থাকিবলৈ সুবিধা কৰি দিয়ে যদিও কন্যা স্বপ্নালী আৰু জোঁৱায়েক ইকবালে শহুৰ শাহুৰ খোৱা বোৱাৰ পৰা ধৰি সকলো কামৰ পৰিচাৰ্য কৰে।

ইয়াৰ মাজতে শনিবাৰে পুৱতি নিশা নবীন চন্দ্ৰ ভট্টাচাৰ্যই শেষ নিশ্বাস ত্যাগ কৰে। নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ মৃত্যুৰ খবৰ পাই দৰবাৰ ৰোডৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকে মছজিদৰ পৰা ফজৰৰ নামাজ পঢ়ি হাতে হাতে দা কটাৰী লৈ চাঙী নিৰ্মাণ কৰি মৃত নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ শেষকৃত সম্পন্ন কৰিবলৈ ওলাই আহে।

ইপিনে, তেওঁলোকে ভট্টাচাৰ্যৰ পুত্ৰৰ লগতে পৰিয়ালৰ সকলোকে খবৰ দিয়ে। গুৱাহাটীত থকা পুত্ৰ আহি পোৱাৰ পূৰ্বেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে শেষকৃত্যৰ বাবে প্ৰয়োজনীয় সকলো কামকাজ সম্পন্ন কৰে। বিয়লি পুত্ৰ আহি পোৱাত সকলো লোকে নবীন চন্দ্ৰ ভট্টাচাৰ্যৰ নশ্বৰ দেহ চাঙীত তুলি থানামুখৰ শান্তিবন  শ্মশানলৈ লৈ যায় আৰু শেষকৃত্য সম্পূৰ্ণ হোৱালৈকে উপস্থিত থাকে।

সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি শিৱসাগৰত ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্মাৱলম্বী লোকৰ নশ্বৰ দেহ অতি আন্তৰিকতাৰে কান্ধত কঢ়িয়াই নি শেষকৃত্য সম্পন্ন কৰা কাৰ্য নি:সন্দেহে ইতিবাচক আৰু প্ৰশংসনীয় হিচাপে চৰ্চিত হৈছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd