• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোৰ স্বামী তোৰ, তোৰ স্বামী মোৰ! আদালতৰ দ্বাৰস্থ দুই ভগ্নী – স্তম্ভিত বিচাৰপতি

এন ই নাও নইউজ, গুৱাহাটী by এন ই নাও নইউজ, গুৱাহাটী
May 21, 2026 10:22 am
165
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এক অত্যন্ত আচৰিত ঘটনা সংঘটিত হৈছে যিয়ে চিনেমাৰ কাহিনীকো চেৰ পেলাইছে। দুই ভনীয়ে নিজৰ মাজতে স্বামী সলনি কৰিবলৈ বিচাৰি আদালতৰ কাষ চপা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। মধ্যপ্ৰদেশৰ দাতিয়া জিলাৰ এই অদ্ভুত ঘটনাই এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। আনকি আদালতৰ অভিজ্ঞ অধিবক্তাসকলো এই কাণ্ড দেখি আচৰিত হৈ পৰিছে।

এই ঘটনাৰ আৰম্ভণি হৈছিল গিৰিজা শংকৰ নামৰ এজন ব্যক্তিৰ এক আবেদনক কেন্দ্ৰ কৰি। গিৰিজাই অভিযোগ কৰিছিল যে মায়াৰাম নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নী আৰু কন্যাক অপহৰণ কৰিছে। আদালতৰ নিৰ্দেশত যেতিয়া গিৰিজাৰ পত্নী বিচাৰপতিৰ সন্মুখত হাজিৰ হ‘ল, তেতিয়া ঘটনাটোৱে এক নতুন মোৰ ল’লে। মহিলাগৰাকীয়ে স্পষ্টকৈ জনালে যে তেওঁক কোনেও অপহৰণ কৰা নাই, বৰঞ্চ তেওঁ নিজৰ ইচ্ছাতে মায়াৰামৰ ওচৰলৈ গৈছে আৰু তেওঁৰ সৈতেহে সংসাৰ কৰিব বিচাৰে।

Apply Now

আচলতে গিৰিজা শংকৰ আৰু মায়াৰাম হ‘ল সম্পৰ্কত শালপতি, অৰ্থাৎ তেওঁলোকে একে পৰিয়ালৰ দুই ভগ্নীক বিয়া কৰাইছে। গিৰিজাৰ পত্নীয়ে আদালতক জনালে যে তেওঁ ইতিমধ্যে গিৰিজাৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে আৰু তেওঁ এতিয়া মায়াৰামৰ লগতহে থাকিব। এনে পৰিস্থিতিত মায়াৰামৰ পত্নী অৰ্থাৎ সৰু ভনীয়েকগৰাকীয়ে প্ৰতিবাদ কৰিব বুলি সকলোৱে ভাবিছিল যদিও তেওঁৰ উত্তৰেহে সকলোকে বেছি আচৰিত কৰিলে।

সৰু ভনীয়েকগৰাকীয়ে আদালতত ক‘লে যে বায়েকে যদি তেওঁৰ স্বামীৰ লগত থাকিব বিচাৰে তেন্তে তেওঁৰ কোনো আপত্তি নাই। কিন্তু তাৰ বিনিময়ত তেওঁৰো এটা চৰ্ত আছে। সৰু ভনীয়েকৰ চৰ্তটো হ’ল তেওঁ এতিয়াৰ পৰা তেওঁৰ বায়েকৰ স্বামী গিৰিজা শংকৰৰ সৈতেহে থাকিব আৰু তেওঁৰ লগতে সংসাৰ কৰিব। দুই ভনীয়ে আদালতৰ আগত মুকলিকৈ স্বীকাৰ কৰে যে তেওঁলোক কোনেও নিজৰ বিবাহিত জীৱনত সুখী নহয়। সেয়েহে তেওঁলোকে আপোচ কৰি নিজৰ স্বামী অদলবদল কৰি নতুনকৈ জীৱন আৰম্ভ কৰিব বিচাৰিছে।

দুই প্রাপ্তবয়স্ক ভনীৰ এনে কথা শুনি আদালতৰ বিচাৰপতিও কিং কৰ্তব্য বিমূঢ় হৈ পৰে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এইটো কোনো অপহৰণৰ গোচৰ নহয়, বৰঞ্চ এটা পৰিয়ালৰ আভ্যন্তৰীণ বিবাদহে। যিহেতু দুইগৰাকী মহিলাই প্রাপ্তবয়স্ক আৰু নিজৰ ভাল-বেয়া সিদ্ধান্ত নিজে ল’বলৈ সক্ষম, সেয়েহে আদালতে এই আবেদনখন খাৰিজ কৰি দিয়ে। এই ঘটনাই এতিয়া সামাজিক স্তৰত ব্যাপক চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি কৰিছে।

এন ই নাও নইউজ, গুৱাহাটী

এন ই নাও নইউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd