• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত আস্থা ভোটত জয় লাভ ক্ষমতাসীন বিজেপি চৰকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 11, 2020 7:24 am

1 min read

Assembly_11th_Manipur_Legis._assbly._on_18-12-2019__5_-1140x570

মণিপুৰ বিধানসভাত ভাষণৰত মুখ্য মন্ত্ৰী এন বীৰেন সিং। ফাইল ফটো: ডিআইপিআৰৰ সৌজন্যত

261
VIEWS
Share on FacebookShare on Twitter

বিধানসভাৰ আস্থাভোটত বিজয়ী হৈ মণিপুৰত ক্ষমতা অক্ষুন্ন ৰাখিলে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰখনে।

সোমবাৰে ধ্বনিভোটৰ সহায়ত শাসনাধীন বিজেপি চৰকাৰখনে সংখ্যাগৰিষ্ঠতা প্ৰমান কৰে।

আস্থা ভোটৰ পাছতে মুখ্য মন্ত্ৰীৰ উপদেষ্টা ৰজত শেঠীয়ে টুইট কৰি কয়, ‘’চৰকাৰক ক্ষমতাচ্যুত কৰাৰ বাবে চলোৱা কংগ্ৰেছৰ পৰিকল্পনা ব্যৰ্থ হ’ল। মণিপুৰত বিজেপি চৰকাৰে আস্থাভোটত জয়লাভ কৰিছে। মুখ্য মন্ত্ৰী এন বীৰেন সিং ডাঙৰীয়াক অভিনন্দন।‘’

সোমবাৰে আস্থাভোটৰ সময়ত বৰ্তমান ৫৩জনীয়া মণিপুৰ বিধানসভাত অধ্যক্ষ আৰু উপাধ্যক্ষসহ বিজেপিৰ ২৮জন বিধায়ক উপস্থিত থাকে।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমান বিৰোধী দলপতি ইবোবি সিঙৰ নেতৃত্বত ২৪জন বিৰোধী বিধায়কৰ ভিতৰত ১৬জন উপস্থিত থাকে।

Manipur BJP govt has won the trust vote. The ayes have it! Devious plans of Congress to destabilise the Govt have failed. Congrats CM @NBirenSingh ji.

— Rajat Sethi (@RajatSethi86) August 10, 2020

মণিপুৰ বিধানসভাত বিধিভংগৰ অভিযোগত ৪জন বিধায়কক বহিস্কাৰ আৰু ৩জন বিজেপি বিধায়কে পদত্যাগ কৰাৰ পাছত ৬০জনীয়া বিধানসভাত সদস্যৰ সংখ্যা ৫৩জনলৈ হ্ৰাস পায়।

ইপিনে, আস্থা ভোটৰ পূৰ্বে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। চৰকাৰে বিকাশৰ পথত আগবাঢ়ি যোৱা বুলিও তেওঁ দাবী কৰে।

উল্লেখ্য যে যোৱা ২৮জুলাইত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ আনিছিল।

Recent News

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd