• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই ৯ জন লোকক গ্ৰেপ্তাৰ নগাঁও আবকাৰী বিভাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2019 7:49 am
2eaf20f1-f769-4f08-9d52-9d4e48cc058e

নগাঁও আবকাৰী বিভাগে দেওবাৰে গ্রেপ্তাৰ কৰা সুৰা ব্যৱসায়ী তথা সুৰা সেৱনকাৰীৰ কেইজনমান। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি এই আপ্তবাক্য শাৰী সত্য প্ৰমাণিত কৰি অৱশেষত গা-লৰিল নগাঁও আবকাৰী বিভাগৰ। কিয়নো গোলাঘাট, যোৰহাট, তিতাবৰত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত শতাধিক লোকৰ প্ৰাণ হানি ঘটাৰ পাছত হঠাৎ তৎপৰতা প্ৰদৰ্শন কৰিছে ঘোৰ টোপনিত নিদ্ৰামগ্ন নগাঁও আবকাৰী বিভাগে।

দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰা জিলা আবকাৰী বিভাগে উদ্ধৰ্তন কৰ্তৃপক্ষৰ কঢ়া নিৰ্দেশত দেওবাৰে নগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। বিভাগটোৱে নগাঁও চহৰকে ধৰি ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত পুৱাৰ পৰাই অভিযান চলাই অবৈধ সুৰা বেপাৰীৰ লগতে সুৰা সেৱন কৰা ৯ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।

Apply Now

নগাঁও আবকাৰী বিভাগৰ অধীক্ষক মানবী দাস, উপ অধীক্ষক মনোজ চহৰীয়া, পৰিদৰ্শক ইমদাদ হুছেইনৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ এটা দলে নগাঁও চিভিল গেট, ফৌজদাৰী পট্টী, হৰিজন কলনী, মৰিকলং, কাঠমিল চাৰিআলি, ডিমৰুগুৰি আদিত অভিযান চলাই কেবাজনো অবৈধ সুৰা ব্যৱসায়ী আৰু সুৰা সেৱন কৰা লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক কেইজন হ’ল- শ্বকিব আনছাৰী, কিংকু শইকীয়া, শিৱম সুত্ৰধৰ, দুলাল আলি, ৰাজেশ, আনোৱাৰ হুছেইন, আব্দুল হামিদ, চবিন পাচী আৰু জীতেন হাজৰিকা। লগতে আবকাৰী বিভাগে এই অঞ্চল সমূহৰ পৰা বুজন পৰিমানৰ অবৈধ সুৰা জব্দ কৰে।

উল্লেখ্য যে, নগাঁও জিলাৰ ৰাইদঙিয়া, বটদ্ৰৱা, পাঠৰি, ৰূপহী, গটঙা, ভেলগুৰি, গড়াজান, জুৰীয়া বজাৰ, গৰেমাটি খোৱা, বঢ়মপুৰ, বৰবাৰী, চাপানালা, কঠিয়াতলি, কামপুৰ, সুতিৰপাৰ, ইটাপাৰা, জাজৰি, ধিং, ৰহা, ফুলগুৰি, বেবেজীয়া, চাপৰমুখ, আমচৈ, কন্দলি, গেন্ধালি, জখলাবন্ধা, বুঢ়া পাহাৰ, ছালনা, মিছাকে ধৰি বিভিন্ন অঞ্চলৰ লগতে জিলা খনৰ ২৪ খনৰো অধিক চাহ বাগিছাত চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত আছে।

তদুপৰি, জিলাখনৰ কেইবা স্থানতো একাংশ লোকে চুলাই মদ প্ৰস্তুত কৰি টেম্পু, ৰেইলৰ জৰিয়তে নগাঁও চহৰ আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চললৈ সৰবৰাহ কৰি আহিছে। এনেবোৰ অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ বাবে স্থানীয় সচেতন ৰাইজে বিভিন্ন সময়ত জিলাখনৰ আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছে যদিও বিভিন্ন অজুহাত দেখুৱাই এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱাৰ পৰা বিৰত থাকে।উল্লেখ্য যে দুবছৰ পুৰ্বে মিছাত বিষাক্ত সুৰা সেৱন কৰি দুজন লোকৰ মৃত্যু হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd