DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত ছাত্ৰ নেতাক গুলীচালনা: আজি ৰাজহুৱা শুনানি

জিএমচিএইছত চলি আছে কীৰ্তিকমলৰ অস্ত্ৰোপচাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 28, 2022 10:57 am
কীৰ্তিকমল কাণ্ড: অসম ইউপি নহে কোনে কয়!
197
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলিওৱা ঘটনা সন্দৰ্ভত আজি গ্ৰহণ কৰা হৈছে ৰাজহুৱা শুনানি ।

নগাঁৱৰ আৱৰ্ত ভৱনত বিয়লি ৪ বজালৈ এই ৰাজহুৱা শুনানি অনুষ্ঠিত হ’ব।

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে এই শুনানি গ্ৰহণ কৰিছে।

অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত তদন্ত কমিটিয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

আজি ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ পৰা তদন্ত সমিতিয়ে সাক্ষ্য গ্ৰহণ কৰি আছে।

যোৱা ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱা তিনিআলিত এই গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল।

অসম আৰক্ষীৰ এন্টি নাৰ্কটিক স্কোৱাডে নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলিয়াই আহত কৰিছিল।

আৰক্ষীয়ে এই ঘটনাক এটা এনকাউন্টাৰৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

এই ঘটনাৰ পাছতে সমগ্ৰ অসমত প্ৰতিবাদৰ জোৱাৰ উঠিছিল।

বিভিন্ন মহলত এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

ইয়াৰ পাছতেই অসম চৰকাৰে অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্ব সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশ দিছিল।

দহ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছিল।

আৰক্ষীৰ গুলীত ভৰিৰ দুডালকৈ হাড় ভঙা কীৰ্তিকমলৰ জিএমচিএইছত  অস্ত্ৰোপচাৰ চলি থকা বুলি জানিব পৰা গৈছে।

কোভিডত আক্ৰান্ত হোৱাৰ তিনি দিনৰ পিছতে কীৰ্তিকমল কোভিড মুক্ত হয় আৰু সেইমৰ্মে গুলী লগাৰ পাঁচ দিনৰ পিছত আজি তেওঁৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হৈছে।

Recent News

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd