• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহে মানুহৰ বাবে : বহি:ৰাজ্যৰ মানসিক বিকাৰগ্ৰস্ত যুৱতীক উদ্ধাৰ আইন সেৱা প্ৰাধিকাৰীৰ

মিণ্টু দাস by মিণ্টু দাস
January 19, 2019 12:02 pm
36fd9f1a-0d7f-43a9-b5ed-7625aedda4a0

নগাঁবৰ আইনী সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰা বহি:ৰাজ্যৰ মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকী। ফটো : নৰ্থইষ্ট নাও

507
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে সমাজৰ দুখীয়া নিচলা, মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰা কাম সমূহৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছে। শুকুৰবাৰে নগাওঁ চহৰৰ সদাব্যস্ত পানীগাঁও চাৰিআলিৰ শান্তিবনৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ন্যায়াধীশ তথা সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশত যোৱা এটি সজাতি দলে মানসিক বিকাৰগ্ৰস্ত এগৰাকী বহিঃৰাজ্যৰ যুৱতীক উদ্ধাৰ কৰে।

জানিব পৰা মতে, ৯৫ শতাংশ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকীয়ে প্ৰায় কেইদিনমানৰ পৰা নগাঁৱৰ পানীগাঁও অঞ্চলত অশান্তি সৃষ্টি কৰি আছিল। শুকুৰবাৰে একাংশ সচেতন লোকে প্ৰথমে স্থানীয় আৰক্ষীক তথা ইটাচালি আৰক্ষী থানাত খৱৰ দিয়াৰ পাছত আৰক্ষীয়ে নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীক খৱৰ দিয়ে।

ইয়াৰ পাছতে ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নিজাববীয়াকৈ লোৱা প্ৰচেষ্টাত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, সজাতি দলটিত নগাঁৱৰ ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, অৰ্দ্ধ আইনী সহায়ক দিপেন শইকীয়া, পাপুমনি বৰা, বিতুপন কোঁৱৰ আদি আছিল।

ইপিনে, নগাঁৱৰ ইটাচালি আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিচয় লাভ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd